• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মদ পেচাৱ কৰা মহিলাক লৈ বিজ্ঞানী মহলত চাঞ্চল্য, আৱিষ্কাৰ নতুন বেমাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 26, 2020 4:02 pm
Liquor-1140x570

প্ৰতিনিধিত্বমূলক ফটো

1.9k
VIEWS
Share on FacebookShare on Twitter

পেচাৱ কৰোতে মূত্ৰৰ সলনি মদ ত্যাগ কৰা এমেৰিকান মহিলা এগৰাকীক লৈ চিকিৎসা বিজ্ঞানীৰ মাজত চৰ্চা চলিছে।

তাৎপৰ্য্যৰ কথাটো হৈছে পেনছিলভেনিয়াৰ মহিলাগৰাকীয়ে মদ সেৱনো নকৰে।

চিকিৎসকসকলে প্ৰথমে মহিলাগৰাকীয়ে মদ খোৱাটো লুকুৱাইছে বুলি সন্দেহ কৰিছিল।

মহিলাগৰাকীৰ চিকিৎসা চলা University of Pittsburgh Medical Centre Presbyterian Hospitalৰ চিকিৎসকে ইয়াক লিভাৰ চিৰ’ছিছ আৰু ডায়েবেটিছৰ ফলত হোৱা বুলিও সন্দেহ কৰিছিল।

কিন্তু পিছত নিয়ন্ত্ৰিত পৰিৱেশত বাৰম্বাৰ পৰীক্ষাৰ পিছত প্ৰমাণ হয় যে মহিলাগৰাকীয়ে সঁচাকৈয়ে মদ নাখায়, কিন্তু পেচাৱত তেওঁ মদ এৰে।

বিশ্বত প্ৰথমবাৰৰ বাবে এই ঘটনা পোহৰলৈ আহিছে। চিকিৎসকসকলে ইয়াৰ নাম দিছে “Urinary auto-brewery syndrome”।

Annals of Internal Medicine নামৰ চিকিৎসা বিজ্ঞানৰ জাৰ্নেলত ইয়াক লৈ মহিলাগৰাকীৰ চিকিৎসকে গৱেষণা পত্ৰও প্ৰকাশ কৰিছে।

মহিলাগৰাকীৰ পাচন তন্ত্ৰত কোনোৰকমৰ ইষ্ট নাইবা বেক্তেৰিয়াই ইথানলৰ সৃষ্টি কৰে।

চিকিৎসকে তেওঁক ভেঁকুৰনাশক দৰৱ দি চিকিৎসা কৰিছিল যদিও কোনো সুফল নোপোৱাত এতিয়া যকৃত সংৰোপনৰ পৰামৰ্শ দিছে।

৬১ বছৰীয়া মহিলাগৰাকীয়ে তেওঁৰ পৰিচয় গোপনে থকাটো বিচাৰিছে।

Recent News

কৃত্ৰিম বানৰ কবলত শিৱসাগৰত: জলমগ্ন ঐতিহাসিক ৰংঘৰ চৌহদো

কৃত্ৰিম বানৰ কবলত শিৱসাগৰত: জলমগ্ন ঐতিহাসিক ৰংঘৰ চৌহদো

লামডিং–বদৰপুৰ ৰে’লপথত ভূমিস্খলনৰ বাবে যাত্ৰাত ব্যাঘাত! এনএইচএআইৰ তদন্ত আৰম্ভ

লামডিং–বদৰপুৰ ৰে’লপথত ভূমিস্খলনৰ বাবে যাত্ৰাত ব্যাঘাত! এনএইচএআইৰ তদন্ত আৰম্ভ

আদানী, আম্বানী, ৰামদেৱ আদিৰ দৰে পুঁজিপতি গোষ্ঠীক এই মাটি হস্তান্তৰ কৰিব নোৱাৰিব : ৰাজ্যপালক স্মাৰক পত্ৰ আম আদমী পাৰ্টিৰ

আদানী, আম্বানী, ৰামদেৱ আদিৰ দৰে পুঁজিপতি গোষ্ঠীক এই মাটি হস্তান্তৰ কৰিব নোৱাৰিব : ৰাজ্যপালক স্মাৰক পত্ৰ আম আদমী পাৰ্টিৰ

কোভিডৰ পিছত অভাৱনীয় হাৰত বাঢ়িছে হাৰ্ট এটেক আৰু ষ্ট্ৰোকত মৃত্যুৰ হাৰ : আৰ টি আইত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

কোভিডৰ পিছত অভাৱনীয় হাৰত বাঢ়িছে হাৰ্ট এটেক আৰু ষ্ট্ৰোকত মৃত্যুৰ হাৰ : আৰ টি আইত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd