• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘’কা’ ৰ বিৰোধিতা কৰাসকল হয় ভাৰত-বিৰোধী নহয় বাঙালী-বিৰোধী’’

এন ই নাও নিউজ by এন ই নাও নিউজ
January 20, 2020 3:07 pm
West-Bengal-BJP-chief-Dilip-Ghosh-1140x570

পশ্চিমবংগৰ বিজেপি সভাপতি দিলীপ ঘোষৰ ফাইল ফটো। ফটো সৌজন্য: ডি এন এ ইণ্ডিয়া

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিমবংগৰ বিজেপি সভাপতি দিলীপ ঘোষে দেওবাৰে কয় যে চৰকাৰে ৰাজ্যখনত অবৈধভাৱে বসবাস কৰি থকা এক কোটি বাংলাদেশী মুছলমানক ঘুৰাই পঠাব।

ৰাজ্যখনৰ উত্তৰ ২৪ পৰগনা জিলাৰ এখন জনসভাত ভাষণ দি ঘোষে দাবী কৰে যে যিসকল লোকে নাগৰিকত্ব সংশোধনী আইন(CAA),২০১৯ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে তেওঁলোক ‘বাঙালী-বিৰোধী’।

Apply Now

‘’কা’ৰ যিসকলে বিৰোধিতা কৰি আছে তেওঁলোক হয় ভাৰত-বিৰোধী নহয় বাঙালী-বিৰোধী। তেওঁলোক ভাৰতৰ ধাৰাণাৰ বিৰোধী সেই বাবে তেওঁলোকে হিন্দু শৰণাৰ্থীক নাগৰিকত্ব দিয়াৰ বিৰোধিতা কৰিছে,’’-তেওঁ লগতে কয়।

ৰাজ্যখনৰ বিজেপিৰ মুৰব্বীগৰাকীয়ে দাবী কৰে যে অবৈধ বাংলাদেশী মুছলমানে চৰকাৰৰ প্ৰতি কেজি দুটকীয়া চাউলৰ ৰাজসাহায্য ‘’কাঢ়ি নিছে’’।

ঘোষৰ মতে তেওঁলোক ৰাজ্যখনত অশান্তি সৃষ্টিৰ সৈতেও জড়িত।

ঘোষে এই মন্তব্য কৰিছে মাত্ৰ তেওঁ এদিন পূৰ্বে কা’ৰ বিৰুদ্ধে প্ৰতিবাদ কৰা সকলক গুলীয়াব লাগে আৰু লাঠীৰে কোবাব লাগে বুলি দাবী কৰি বিতৰ্কৰ সৃষ্টি কৰাৰ পাছেত।

তেওঁ লগতে দাবী কৰিছিল যে বিজেপি নেতৃত্বাধীন অসম চৰকাৰ আৰু উত্তৰ প্ৰদেশ চৰকাৰে সম্পত্তি ধ্বংস কৰা বাবে প্ৰতিবাদকাৰীক ‘কুকুৰ’ৰ দৰে গুলীয়াইছে আৰু বেংগলতো একেধৰণৰ ব্যৱস্থা লোৱাৰ দাবী তুলিছিল।

আনহাতে, দেওবাৰে ঘোষে লগতে কয় যে এনে লোকক ‘’কেতিয়াও ৰেহাই দিব নালাগে’’।

‘’যিসকলে ৰাজ্যখনত ৰাজহুৱা সম্পত্তি ধ্বংস কৰিছে গুলীয়াই মাৰিব লাগে। মই এইটো ভাষণত কওতে বিৰোধীয়ে ইয়াক লৈ যথেষ্ট হুলস্থুল কৰিছিল। মই সেই কথা পুনৰ কওঁ যে যিসকলে ৰাজহুৱা সম্পত্তি ধ্বংস কৰে তেওঁলোকক গুলীয়াই মৰা উচিত। কাকো ৰেহাই দিব নালাগে,’’-তেওঁ কয়।

ঘোষে লগতে কয় যে ধৰ্মীয় নিৰ্যাতনৰ বাবে পলাই অহা হিন্দু শৰণাৰ্থীৰ স্বাৰ্থক সমৰ্থন কৰাৰ বাবে সাম্প্ৰদায়িক হিচাপে অভিহিত কৰাত তেওঁৰ কোনো অনুতাপ কৰিবলগীয়া নাই।

তেওঁ লগতে দাবী কৰে যে পশ্চিমবংগত পৰৱৰ্তী চৰকাৰ গেৰুৱা দলটোৱে যে গঠন কৰিব তাক লৈ তেওঁ নিশ্চিত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd