DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আনুষ্ঠানিকভাৱে গেৰুৱা সাজ পিন্ধিলে তিনিগৰাকী কংগ্ৰেছী নেতাই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 11, 2019 12:29 pm
index

ফটো : নৰ্থইষ্ট নাও

2.4k
VIEWS
Share on FacebookShare on Twitter

বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিলে বৰাক সম্ৰাট ৰূপে খ্যাত গৌতম ৰয়, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শান্তিয়াজ কুজুৰৰ লগতে যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি হিৰণ্য ভূঞাই।

দেওবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু নেডাৰ আহ্বায়ক ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত তিনিওজন কংগ্ৰেছী নেতাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।

শনিবাৰে দুয়োজন জ্যেষ্ঠ নেতা গৌতম ৰয় আৰু শান্তিয়াজ কুজুৰে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল।

আনহাতে, দেওবাৰে কংগ্ৰেছৰ পৰা পদত্যাগ কৰে যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি হিৰণ্য ভূঞাই।

প্ৰাক্তন জ্যেষ্ঠ কংগ্ৰেছী নেতা ভুৱনেশ্বৰ কলিতা আৰু সঞ্জয় সিঙৰ পাছতে বিজেপিত কংগ্ৰেছী নেতাৰ যোগদানৰ সোঁত বৈছে।

বাতৰি অনুসৰি, বিজেপিলৈ অহাৰ পথত ৰৈ আছে ভৰত নৰহ, ৰাণী নৰহ আৰু টংকবাহাদুৰ ৰায়।

index2
ফটো : নৰ্থইষ্ট নাও

উল্লেখযোগ্য যে, শান্তিয়াছ কুজুৰ কংগ্ৰেছৰ সাংসদ হিচাপে যোৱা ২০১৩ চনৰ পৰা ২০১৯ চনলৈকে ৰাজ্যসভাৰ সদস্য আছিল। যোৱা ১৪ জুনত তেওঁৰ কাৰ্য্যকাল অন্ত পৰিছিল।

আনহাতে, বৰাক সম্ৰাট হিচাপে পৰিচিত গৌতম ৰয় ১৯৮৫ চনৰ পৰা ২০১১ চনলৈকে কাটলিছেৰা বিধানসভা সমষ্টিৰ পৰা একেৰাহে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।

কংগ্ৰেছৰ আমোলত তেওঁ কেবিনেট মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

ইপিনে, হিৰণ্য ভূঞাই ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত বৃন্দাবন গোস্বামীৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পৰাজিত হৈছিল।

‘’তিনিওজন নেতাই ভাৰতীয় জনতা পাৰ্টীৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলত যোগদান কৰিছে,’’- জনালে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে।

Recent News

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd