• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মঙলদৈ জিলা কাৰাগাৰৰ ৩ গৰাকী বিচাৰাধীন বন্দীৰ শিক্ষাত অগ্ৰগতি

NE NOW NEWS ময়ূখ গোস্বামী
মঙলদৈ , August 23, 2018 3:33 pm

2 min read

Arupjyoti Deka , top rank holder being greeted with a gamosa by Principal , DIET, Darrang , Madhab Sarma in presence of other rank holder and senior jail officials
119
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াভাৱে মঙলদৈ জিলা কাৰাগাৰৰ বিচাৰাধীন বন্দীসকলে শিক্ষাৰ ক্ষেত্ৰত ভাল ফল প্ৰদৰ্শন কৰাটো পৰিলক্ষিত হৈছে। জিলা কাৰাগাৰখনৰ বিচাৰাধীন বন্দীসকলৰ ৩ গৰাকীয়ে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ স্নাতক প্ৰস্তুতিমূলক কাৰ্যসূচীত (Bachelor Preparatory Programme) প্ৰথম ১০টা স্থানৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

৮০.৩৩ তাংশ নম্বৰেৰে প্ৰথম স্থান লাভ কৰা বন্দীগৰাকী হৈছে অৰূপজ্যোতি ডেকা। তেওঁ ইংৰাজী, অৰ্থনীতি, ৰাজনীতি বিজ্ঞান আৰু সমাজশাস্ত্ৰত লেটাৰ মাৰ্ক লাভ কৰিছে। আনহাতে, ধ্ৰুবজ্যোতি হাজৰিকা আৰু ইলিয়াছ পুৰ্তিয়ে ষষ্ঠ আৰু দশম স্থান লাভ কৰিছে। ধ্ৰুবজ্যোতিৰ নম্বৰ হৈছে ৭৩ শতাংশ আৰু ইলিয়াছৰ ৭১ শতাংশ।

সফলতা লাভ কৰা বিচাৰাধীন বন্দীসকলক কাৰাগাৰ কৰ্তৃপক্ষৰ লগতে দৰং ডায়েটৰ (DIET) অধ্যক্ষ মাধৱ শৰ্মা, মঙলদৈ মেডিয়া চাৰ্কোলৰ কাৰ্যালয়ৰ উপদেষ্টা ভাৰ্গব কুমাৰ দাস, উপ সভাপতি হেমন্ত কুমাৰ বৰুৱা, সহকাৰী সম্পাদক গণেশ দত্তই জিলা কাৰাগাৰখন ভ্ৰমণ কৰি সফলতা লাভ কৰা অৰূপজ্যোতি,ধ্ৰুবজ্যোতি আৰু ইলিয়াছক গামোচা আৰু কিতাপেৰে সম্বৰ্ধনা জনায়। সম্বৰ্ধনা অনুষ্ঠানটোত মঙলদৈৰ ভাৰপ্ৰাপ্ত তত্বাৱধায়ক আৰু নিৰ্বাচন বিষয়া অনন্ত গগৈ, জেইলৰ মুনীন্দ্ৰ নাথ শৰ্মা আৰু কাৰাগাৰৰ আন আন কৰ্মচাৰীও উপস্থিত আছিল।

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ বিষয়া বিপুল দাসৰ মতে পৰীক্ষাত ৰাজ্যখনৰ ১৭৪টা অধ্যয়ন কেন্দ্ৰৰ মুঠ ৩০৭৩ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল তাৰে ১৭১৭ গৰাকী উত্তীৰ্ণ হৈছিল। উত্তীৰ্ণৰ শতকাৰা হাৰ হৈছে ৫৭।

ইতিমধ্যে কাৰাগাৰসমূহৰ মহাপৰিদৰ্শক ৰঞ্জন শৰ্মাই ফোনযোগে মঙলদৈ জিলা কাৰাগাৰৰ সাফল্য লাভ কৰা পৰীক্ষাৰ্থীসকলক শুভেচ্ছা জনাইছে আৰু অতি সোনকালে তেওঁলোকক সাক্ষাৎ কৰাৰ প্ৰতিশ্ৰুতি দিছে।

Recent News

index.jpga

‘পোন্ধৰ বছৰে এয়ুইউডিএফে ধিং সমষ্টিত কৰিব নোৱাৰা কাম মই আঢ়ৈ বছৰত কৰি দেখুৱাম’; ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ

index.jpgkkk

কা সমৰ্থিত বৰাক উপত্যকাতো অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিব ৫ সমষ্টিত

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd