• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নামতিৰ মৰেল পুলিচিঙৰ ঘটনাৰ সংক্ৰান্তত তিনিজনক আটক

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
August 14, 2019 3:42 pm
22.8k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্য কপোৱা শিৱসাগৰ জিলাৰ নামতিৰ মৰেল পুলিচিঙৰ ঘটনা সন্দৰ্ভত কালি অৰ্থাৎ মঙলবাৰে ৰাতি নামতি আৰক্ষীয়ে তিনিজন ব্যক্তিক আটক কৰে।

আৰক্ষীয়ে আটক কৰা ব্যক্তি তিনিজনক নামতি বজাৰৰ লেচী পদুম গগৈ, সঞ্জীৱ শইকীয়া আৰু প্ৰশান্ত দুৱাৰা বুলি চিনাক্ত কৰা হৈছে। নামতি আৰক্ষীৰ পৰিদৰ্শক দুৰ্লেন্দ্ৰ চেতিয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে লোক তিনিজনক আটক কৰিবলৈ সক্ষম হয়।

ধৃত লোককেইজনে আৰক্ষীৰ আগত তেওঁলোকে শান্তনুক মাৰধৰ কৰি হাত-ভৰি বান্ধি ৰ’দত ৰাস্তাত বহাই থৈছিল বুলি  স্বীকাৰ কৰে। ইয়াৰ পিছতহে আন লোকসকল ঘটনাস্থলীত উপস্থিত হৈছিল।

উল্লেখযোগ্য যে উক্ত ঘটনাৰ এটা ভিডিঅ’ চ’চিয়েল মিডিয়াত ভাইৰেল হৈ যোৱাত সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আনহাতে ঘটনা সন্দৰ্ভত যোৱা সোমবাৰে শিৱসাগৰ আৰক্ষী অধীক্ষকে এক নিউজ চেনেলৰ আগত শান্তনুৰ ওপৰত শাৰীৰিক অত্যাচাৰ চলোৱা হোৱা নাছিল বুলি কৈছিল।

অৱশ্যে এটা বিশেষ সূত্ৰই জনোৱা মতে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত শান্তনুৰ পেটত আঘাতৰ চিন পোৱাৰ ওপৰিও শৰীৰৰ হাড় ভাঙিছিল আৰু শৰীৰৰ ভিতৰত ৰক্তক্ষণ হোৱা বুলি উল্লেখ আছে।

অভিযুক্ত লোককেইগৰাকীক আজি নামতি আৰক্ষীয়ে নাজিৰা আদালতত হাজিৰ কৰাই আৰু আদালতে তেওঁলোকক তিনি দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd