• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

দিল্লীৰ কৃষক বিদ্ৰোহ : দিল্লীত সীমান্তত আন্দোলনৰত আৰু তিনি বিদ্ৰোহী কৃষকৰ মৃত্যু

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 4, 2021 9:49 am

1 min read

2020_12$largeimg_1734874988
135
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰৰ তিনি বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত দিল্লী সীমান্ত অব্যাহত থকা কৃষক আন্দোলনত অংশগ্ৰহণ কৰাৰ আৰু তিনিজন বিদ্ৰোহী কৃষকৰ মৃত্যু ঘটিছে। দেওবাৰে দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰিছে এই কথা।

দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি মৃত তিনিজন বিদ্ৰোহী কৃষকৰ এজন হৃদযন্ত্ৰ স্তব্ধ হোৱাৰ ফলত আন এজন জ্বৰত আক্ৰান্ত হৈ মৃত্যুৰ হোৱাৰ বিপৰীতে তৃতীয়জন কৃষকৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

মৃত বিদ্ৰোহী কৃষককেইজন হৈছে ক্ৰমে পঞ্জাৱৰ চাঙ্গৰুৰ জিলাৰ লিধ্ৰা গাঁৱৰ চামচেৰ সিং (৪৫), পঞ্জাৱৰ বাথিণ্ডা জিলাৰ চৌকে গাঁৱৰ যশানদ্বীপ সিং(১৮) আৰু হাৰিয়ানাৰ জিণ্ডৰ নিৱাসী জগবীৰ সিং(৬০)।

ইয়াৰে চামচেৰ সিঙে হাৰিয়ানা-দিল্লী সীমান্তৰ চিঙ্ঘু আৰু জগবীৰ সিঙ আৰু যশানদ্বীপ সিঙে টিক্ৰি সীমান্তৰ কৃষক বিদ্ৰোহত অংশগ্ৰহণ কৰি আছিল বুলি দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰিছে।

ইফালে আত্মহত্যা কৰাৰ লগতে প্ৰচণ্ড শীত আৰু অন্যান্য কাৰণত বহুকেইজন আন্দোলকাৰী কৃষকৰ মৃত্যু ঘটিছে।

উল্লেখ্য যে দিল্লী সীমান্তৰ কৃষক আন্দোলনত অংশগ্ৰহণ কৰা পঞ্চাশজনৰো অধিক বিদ্ৰোহী কৃষকৰ মৃত্যু হোৱা বুলি দাবী কৰিছে কৃষক সংগঠনৰ নেতৃত্বই।

Recent News

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd