DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলত আসাম ৰাইফলছৰ অভিযানত এনএছচিএন-কেৱাইএ গোটৰ তিনি উগ্ৰপন্থী নিহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 15, 2021 5:09 pm
Three NSCN-KYA militants killed in encounter in Arunachal Pradesh
203
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ লংডিং জিলাত আজি নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত এনএছচিএন-কেৱাইএ গোটৰ তিনিজন উগ্ৰপন্থী নিহত হয়।

সূত্ৰ অনুসৰি উগ্ৰপন্থীৰ উপস্থিতিৰ বিষয়ে চোৰাংচোৱা তথ্য পোৱাৰ পিছত ষষ্ঠ অসম ৰাইফলছ আৰু লংডিং আৰক্ষীৰ দ্বাৰা এটা যুটীয়া অভিযান আৰম্ভ কৰা হৈছিল।

নিৰাপত্তাৰক্ষীয়ে নিহত উগ্ৰপন্থীসকলৰ দখলৰ পৰা তিনিটা AK ছিৰিজৰ ৰাইফল, গুলী-বাৰুদ আৰু যুদ্ধত ব্যৱহৃত বিভিন্ন মাৰণাস্ত্ৰ উদ্ধাৰ কৰে।

“দেওবাৰে নিশাৰ পৰা নিৰাপত্তাৰক্ষী আৰু এনএছচিএন উগ্ৰপন্থীৰ মাজত এক ভয়ংকৰ সংঘৰ্ষ সংঘটিত হৈছিল। প্ৰচণ্ড গুলীবৰ্ষণৰ পিছত সুৰক্ষা বাহিনীয়ে তিনিজন উগ্ৰপন্থীক নিষ্ক্ৰিয় কৰে।” আৰক্ষীৰ এক সূত্ৰই কয়।

বাতৰি অনুসৰি, এনএছচিএন-কেৱাইএ ২০২১ চনৰ ১৪ নৱেম্বৰত লাহু ভিলেজৰ (টিৰাপ জিলা) মুৰব্বীক অপহৰণ কৰি ম্যানমাৰলৈ আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হোৱাৰ চেষ্টা কৰি আছিল আৰু লগতে মুৰব্বীজনৰ মুক্তিৰ বাবে বৃহৎ মুক্তিপণ দাবী কৰিছিল।

ইফালে নিৰাপত্তাৰক্ষীয়ে বাকী থকা উগ্ৰপন্থীসকলক বিচাৰিবলৈ এক বৃহৎ কোম্বিং অভিযান আৰম্ভ কৰিছে।

অৰুণাচল প্ৰদেশ ম্যানমাৰৰ সৈতে এটা আন্তৰ্জাতিক সীমা ভাগ বতৰা কৰে আৰু উগ্ৰপন্থীসকলে জংঘল পথৰ মাজেৰে অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰি ধন দাবীৰ কাৰ্যকলাপ চলাইছিল।

এনএছচিএন-কেৱাইএ গোটটো যোৱা এবছৰ ধৰি অৰুণাচল প্ৰদেশত সক্ৰিয় হৈ আছে আৰু অঞ্চলটোৰ ব্যৱসায়ীসকলৰ পৰা ধন দাবীৰ কাৰ্যকলাপ চলাই আছে।

ধন দাবীৰ কাৰ্যকলাপৰ লগতে, উগ্ৰপন্থী দলটো অৰুণাচল প্ৰদেশৰ আন বহুতো অবৈধ কাৰ্যকলাপত জড়িত হৈ আছে।

Recent News

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd