• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পশ্চিম কাৰ্বি আংলঙত এটি কিশোৰসহ দুগৰাকী মহিলাৰ প্ৰাণ ল’লে বনৰীয়া হাতীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 4, 2018 12:33 pm
WildElephant

প্ৰতিনিধিত্বমূলক ফটো

418
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ বিয়াগোম বন বিভাগৰ অকৰ্মণ্যতা তথা ব্যৰ্থতাৰ বাবেই যেন পশ্চিম কাৰ্বি আংলঙৰ বাগিচাডুবিত হাতী মানুহৰ সংঘাতত তিনিজনকৈ লোকে কৰুণ মৃত্যুক আঁকোৱালি ল’বলগীয়া হয়। এই ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা অঞ্চলটোৰ বাসিন্দাসকলৰ মাজত এক শোকাকূল পৰিৱেশে বিৰাজ কৰি আছে।

জানিব পৰা মতে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা লোকালয়লৈ ওলাই অহা হাতীৰ আক্ৰমণত এটি কিশোৰসহ দুগৰাকী মহিলাৰ মৃত্যু হয়। নিহত মহিলা দুগৰাকীক ক্ৰমে লক্ষ্য দেৱী আৰু পূৰ্ণিমা থাপা আৰু কিশোৰগৰাকীক ৰোহিত চৌহান (১২) বুলি চিনাক্ত কৰা হৈছে।

এই কৰুণ ঘটনা সংঘটিত হোৱাৰ পাছতে বাগিচাডুবিৰ স্থানীয় লোকসকল ক্ষুব্ধ হৈ সংবাদ মাধ্যমৰ আগত কয় যে যোৱা কেইবাদিন ধৰি আমাৰ এই অঞ্চলটোত হাতীৰ জাক প্ৰৱেশ কৰি বিভিন্ন উদ্ভণ্ডালিৰ সৃষ্টি কৰি গাঁওবাসীৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। খেতিপথাৰ সমূহ সম্পূৰ্ণৰূপে বিনষ্ট কৰি পেলাইছে। ইয়াৰ পাছতো কিন্ত বন বিভাগে আজিলৈ একো ব্যৱস্থা গ্ৰহণ কৰা নাই।

উল্লেখ্য যে বনাঞ্চল সমূহ সংকুচিত হৈ অহাৰ বাবেই বনৰীয়া হাতীসমূহে খাদ্যৰ তীব্ৰ সংকটত ভোগ কৰিবলগীয়া হৈছে যাৰ বাবে খাদ্যৰ সন্ধানত লোকালয়লৈ ওলাই আহি বিভিন্ন সময়ত মানুহৰ সৈতে সংঘাতত লিপ্ত হ’বলগীয়া হয়। আৰু এই সংঘাততে কেতিয়াবা বনৰীয়া হাতী আৰু কেতিয়াবা মানুহে নিজৰ প্ৰাণ বিসৰ্জন দিবলগীয়া হয়।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd