DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৃষ্ণাইত আৰক্ষীৰ জালত দুই লাখ নকল টকা সহ তিনিগৰাকী মহিলা

নীলমণি শৰ্মা by নীলমণি শৰ্মা
January 30, 2020 5:51 pm
Goalpara Story

কৃষ্ণাই আৰক্ষীৰ হাতত আটক হোৱা মহিলা তিনিগৰাকী

7.5k
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত এক গোপন সুত্ৰৰ পম খেদি বুধবাৰে নিশা কৃষ্ণাই আৰক্ষী অভিযানকাৰী দল এটাই পাইকানত অভিযান চলাই বৃহৎ পৰিমানৰ নকল টকাৰ সৈতে তিনিগৰাকী মহিলাক আটকক কৰিবলৈ সক্ষম হয়।

জব্দ কৰা জাল টকাখিনিৰ পৰিমান আছিল এক লাখ ৭০ হেজাৰ টকা।

জানিব পৰা মতে, মহিলা তিনিগৰাকীয়ে জিলাখনৰ বলবলাৰ পৰা নকল টকাখিনি ব্যৱসায়ী চক্ৰ এটাৰ পৰা ৫০ হাজাৰ টকাত ক্ৰয় কৰি মেঘালয় অভিমুখে গৈ থকা অৱস্থাত কৃষ্ণাইৰ আৰক্ষীয়ে মহিলা তিনিগৰাকীক পাইকানত আটক কৰে।

আটক হোৱা মহিলা তিনি গৰাকীক আৰক্ষীয়ে নিৰোম্বী এছ চাংমা (২৮),ছমিকা চাংমা(২৯) আৰু পদুমী এছ চাংমা(২৫) বুলি চিনাক্ত কৰিছে।

তিনিও গৰাকী মহিলাৰ ঘৰ দুধনৈ থানাৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৰ নিচানগ্ৰামত বুলি জানিব পৰা গৈছে।

জব্দ কৰা জালনোট সমূহ আছিল তিনিটা ক্ৰমিক নম্বৰৰ দুশ টকীয়া নোট।

ক্ৰমিক নম্বৰ তিনিটা আছিল ক্ৰমে ৯৪৭১০২, ৯৪৭১০৩ আৰু ৯৪৭১০৪। ইতিমধ্যে আৰক্ষীয়ে জালনোট ব্যৱসায়ী চক্ৰটোক কৰায়ত্ত কৰাৰ বাবে তীব্ৰ অভিযান আৰম্ভ কৰিছে।

Recent News

Lashkar Terrorist

সৰিয়হৰ ডুলিত ভূত! জম্মু-কাশ্মীৰত আটক কৰা লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী ওলাল বিজেপিৰ আই টি চেলৰ মুৰব্বী

Assam elephant

মধ্য প্ৰদেশলৈ প্ৰেৰণ কৰা হ’ব অসমৰ ১৫ টা হাতী

Jamuna Boro

এলোৰ্ডা কাপৰ ফাইনেলত প্ৰৱেশ অসমৰ বক্সিং তাৰকা যমুনা বড়োৰ

Manipur landslide

মণিপুৰৰ নোনিত ভূমিস্খলনত নিহতৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি: এতিয়াও সন্ধানহীন ২০ জন লোক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd