DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গণৰাজ্য দিৱসত ব্ৰহ্মপুত্ৰত সাঁতুৰিবলৈ গৈ ডিব্ৰুগড়ত ৩জন যুৱকৰ সলিল সমাধি

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
January 27, 2020 8:31 pm
drown-720x375

সলিল সমাধি ঘটা এজন কিশোৰ।

1.3k
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় জিলাৰ মাইজান অঞ্চলত ব্ৰহ্মপুত্ৰৰ সুঁতিত সাঁতুৰি গণৰাজ্য দিৱস উদযাপন কৰিবলৈ গৈ তিনিজনকৈ যুৱকৰ সলিল সমাধি ঘটিছে।

দুৰ্ভাগ্যজনক ঘটনাটোত মৃত্যুক সাৱটি লোৱা যুৱককেইজন হ’ল ক্ৰমে সঞ্জয় বৰ্মন (৩৬), ৰৌশন তামাং (১৮) আৰু ৰাজীৱ দুৱৰা (১৬)।

ঘটনাটোৱে সমগ্ৰ জালান নগৰ অঞ্চলক শোকাকুল কৰি তোলে।

জানিব পৰামতে, তিনিওজন বন্ধুৱে গণৰাজ্য দিৱস উপভোগৰ বাবে ব্ৰহ্মপুত্ৰত সাঁতোৰাটোক বাছি লৈছিল আৰু মাইজানলৈ গৈছিল।

ৰৌশন তামাং ডি এইচ্ছ এছ কে মহাবিদ্যালয়ৰ ছাত্ৰ আছিল আৰু ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’ব লগীয়া উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কথা আছিল, দেউতাকে কয়।

তামাঙৰ চুবুৰীয়া সঞ্জয় বৰ্মন পেচাত এজন ড্ৰাইভাৰ আছিল।

আনহাতে দশম শ্ৰেণীৰ ছাত্ৰ ৰাজীৱ দুৱৰা এ এম চি এইচ্ছ কেম্পাছৰ আৱাসী কমল দুৱৰাৰ পুত্ৰ আছিল।

এছ ডি আৰ এফে প্ৰায় ২ঘণ্টা ধৰি সন্ধান চলাই মৃতদেহকেইটা উদ্ধাৰ কৰে আৰু আজি অসম মেডিকেল কলেজত মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত পৰিয়ালক চমজাই দিয়া হয়।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd