• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহানগৰীৰ ছাত্ৰীনিবাসৰ গেটৰ সন্মুখতে বনৰজাৰ বিচৰণ, আতংকিত আবাসী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 30, 2020 9:41 am

1 min read

a -preview

প্ৰতিনিধিত্বমূলক ছবি

1.4k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰীত পুনৰ বাঘৰ আতংক।

আজি পুৱাই মহানগৰীৰৰ হেঙেৰাবাৰীস্থিত এটা ব্যক্তিগত খণ্ডৰ ছাত্ৰী নিবাসৰ চৌহদত এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘে বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰি আতংকিত হৈ পৰে ছাত্ৰী নিবাসৰ আবাসীসকলৰ লগতে স্থানীয় বাসিন্দাসকল।

ছাত্ৰীনিবাসটোৰ স্বত্ত্বাধিকাৰী কবিতা বৰাই প্ৰকাশ কৰা মতে আজি পুৱা তেওঁ ঘৰৰ বাহিৰলৈ ওলাই অহাৰ পিছতে বাৰান্দাৰ ছোফাৰ তলত এটা প্ৰকাণ্ড বাঘ শুই থকা দেখিবলৈ পায়।

বাঘটো দেখি আতংকিত হৈ পৰা বৰাই লগে লগে ঘৰৰ ভিতৰলৈ সোমাই যায় আৰু ঘটনাটোৰ বিষয়ে বহতকে জনোৱাৰ ব্যৱস্থা কৰে।

বন বিভাগক বাঘটোৰ অৱস্থানৰ কথা জনোৱাৰ পিছতে বন বিভাগৰ দলে ঘটনাস্থলীত উপস্থিত হৈ বাঘটোক ট্ৰেংকুলাইজ কৰাৰ চেষ্টা চলায় যদিও বাঘটোৱে এক বিশেষ স্থানত অৱস্থান গ্ৰহণ কৰাত চাৰিবাৰকৈ ট্ৰেংকুলাইজৰ ব্যৱস্থা কৰিও বন বিভাগ ব্যৰ্থ হৈছে।

বাঘটোক যিকোনো প্ৰকাৰে ট্ৰেংকুলাইজ কৰাৰ বাবে বন বিভাগে চেষ্টা চলাই আছে।

বাঘটো কালাপাহাৰ বা আমচিঙৰ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত জনঅৰণ্যলৈ ওলাই অহা বুলি ধাৰণা কৰা হৈছে।

পাহাৰত ব্যাপক হাৰত হোৱা বেদখলৰ বাবেই বন্য জন্তু বোৰৰ বাবে থাকিবলৈ ঠাইৰ অভাৱ হৈছে।

ফলত মহানগৰীত প্ৰায়ে বাঘে জন অৰণ্যত প্ৰৱেশৰ ঘটনা ঘটি আহিছে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd