• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, November 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙাত পুনৰ ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ 

উত্তম শইকীয়া by উত্তম শইকীয়া
February 13, 2020 6:01 pm
Kaziranga Story

কাজিৰঙাত উদ্ধাৰ হোৱা বাঘৰ মৃতদেহটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ মৃত্যু ঘটিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অন্য এটা ঢেকীয়াপতীয়া বাঘৰ। কিছুদিন পূৰ্বেও এটা ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল ৰাষ্ট্ৰীয় উদ্যানখনত।

বৃহস্পতি বাৰে ৰাতিপুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা ৰেঞ্জৰ বিহদিয়া বন শিৱিৰৰ সমীপতে উদ্ধাৰ কৰা হয়  মতা ঢেকীয়াপতীয়া বাঘৰ মৃতদেহটো।

Apply Now

ৰাতিপুৱা বনাঞ্চলত তহলদাৰী বনকৰ্মীৰ এটা দলে বিহদিয়া নলাপৃৰ পাৰত ইকৰাণীৰ মাজত উৎকট দুৰ্গন্ধ পায়। উৎকট দুৰ্গন্ধৰ পম খেদি গৈ তহলদাৰী বনকৰ্মীৰ দলটোৱে ইকৰাণীৰ মাজত প্ৰত্যক্ষ কৰে মতা ঢেকীয়াপতীয়া বাঘটোৰ গলিত মৃতদেহটো।

ঢেকীয়াপতীয়া বাঘটোৰ মৃতদেহটো প্ৰত্যক্ষ কৰাৰ লগে লগে তহলদাৰী বনকৰ্মী দলটোৱে কহঁৰা ৰেঞ্জলৈ খবৰ প্ৰেৰণ কৰে। আৰু লগে লগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰৰ নেতৃত্বত বন বিভাগৰ এটা উচ্চ পদস্থ বিষয়াৰ দল বাঘটোৰ মৃতদেহ উদ্ধাৰ হোৱা স্থানলৈ ৰাওনা হয়।

১০ দিনৰ পূৰ্বে পাৰস্পৰিক যুঁজত মতা ঢেকীয়াপতীয়া বাঘটোৰ মৃত্যু ঘটা বুলি প্ৰকাশ কৰিছে বন বিভাগে। মৃত বাঘটোৰ বয়স এবছৰ বুলি বন বিভাগৰ বিভাগীয় সুত্ৰত প্ৰকাশ।

ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকাৰীৰ উপস্থিতিত পশু চিকিৎসক ডা৹ প্ৰাণজিৎ বসুমতাৰীয়ে মৃত বাঘটোৰ মৰোণোত্তৰ পৰীক্ষাসম্পন্ন কৰে ৷ মৰোণোত্তৰ পৰীক্ষাত ঢেকীয়াপতীয়া বাঘটোৰ শৰীৰত অন্য বাঘে কৰা আক্ৰমণৰ চিন পোৱা গৈছে।

মৰোণোত্তৰ পৰীক্ষাৰ শেষত সকলোৰে উপস্থিতিত বাঘটোৰ মৃতদেহটো বনাঞ্চলতে দাহ কৰা হয় ৷ আজিৰ বাঘৰ মৃতদেহটো উদ্ধাৰ হোৱাৰ পাচত চলিত মাহত কাজিৰঙাত দুটাকৈ ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । বন বিভাগৰ সূত্ৰৰ মতে পাৰস্পৰিক যুঁজতেই দুয়োটা বাঘৰ মৃত্যু হৈছে ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিজেপিয়ে জোৰকৈ দোকান-পোহাৰ বন্ধ কৰিছে! ৰামলীলা ময়দানৰ প্ৰতিবাদৰ মাজতে ব্যৱসায়িক লোকচানক লৈ ৰাহুল গান্ধীৰ গুৰুতৰ অভিযোগ

বিজেপিয়ে জোৰকৈ দোকান-পোহাৰ বন্ধ কৰিছে! ৰামলীলা ময়দানৰ প্ৰতিবাদৰ মাজতে ব্যৱসায়িক লোকচানক লৈ ৰাহুল গান্ধীৰ গুৰুতৰ অভিযোগ

November 1, 2026 3:40 pm
গুৱাহাটীৰ হোটেল বিলাস ইন-ৰ গুলীচালনাৰ ঘটনাৰ তদন্তকাৰী এছ আই টিৰ তিনিজন সদস্যক বদলি

গুৱাহাটীৰ হোটেল বিলাস ইন-ৰ গুলীচালনাৰ ঘটনাৰ তদন্তকাৰী এছ আই টিৰ তিনিজন সদস্যক বদলি

November 1, 2026 2:41 pm
মণিপুৰত দুই সশস্ত্ৰ সংগঠনৰ সংঘৰ্ষত নিহত ৩ কুকি যুৱক; মেইটেই-নগাৰ প্ৰতিবাদী সমদল

মণিপুৰত দুই সশস্ত্ৰ সংগঠনৰ সংঘৰ্ষত নিহত ৩ কুকি যুৱক; মেইটেই-নগাৰ প্ৰতিবাদী সমদল

November 1, 2026 1:13 pm
দিল্লীত ছিয়াং বান্ধ বিৰোধী প্ৰতিবাদকাৰীক আটক, আৰক্ষীৰ দ্বাৰা হাৰাশাস্তিৰ অভিযোগ

দিল্লীত ছিয়াং বান্ধ বিৰোধী প্ৰতিবাদকাৰীক আটক, আৰক্ষীৰ দ্বাৰা হাৰাশাস্তিৰ অভিযোগ

November 1, 2026 12:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিয়ে জোৰকৈ দোকান-পোহাৰ বন্ধ কৰিছে! ৰামলীলা ময়দানৰ প্ৰতিবাদৰ মাজতে ব্যৱসায়িক লোকচানক লৈ ৰাহুল গান্ধীৰ গুৰুতৰ অভিযোগ

বিজেপিয়ে জোৰকৈ দোকান-পোহাৰ বন্ধ কৰিছে! ৰামলীলা ময়দানৰ প্ৰতিবাদৰ মাজতে ব্যৱসায়িক লোকচানক লৈ ৰাহুল গান্ধীৰ গুৰুতৰ অভিযোগ

November 1, 2026 3:40 pm
গুৱাহাটীৰ হোটেল বিলাস ইন-ৰ গুলীচালনাৰ ঘটনাৰ তদন্তকাৰী এছ আই টিৰ তিনিজন সদস্যক বদলি

গুৱাহাটীৰ হোটেল বিলাস ইন-ৰ গুলীচালনাৰ ঘটনাৰ তদন্তকাৰী এছ আই টিৰ তিনিজন সদস্যক বদলি

November 1, 2026 2:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd