• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিগত ২৫ বছৰে ভাৰাঘৰত চলি থকা টিহু উন্নয়ন খণ্ডৰ কাৰ্যালয়ে শীঘ্ৰে পাব স্থায়ী ঠিকনা

NE NOW NEWS এন ই নাও নিউজ
টিহু , September 4, 2018 7:55 am

1 min read

MLA Pabindra DEka File Photo

পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবিন্দ্ৰ ডেকাৰ ফাইল ফটো

133
VIEWS
Share on FacebookShare on Twitter

নলবাৰী জিলাৰ টিহু উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ কাম-কাজ চলি আছে নগৰৰ ভাৰাঘৰত। কিন্তু অতি শীঘ্ৰে ১০ কোটি টকা ব্যয় সাপেক্ষে টিহুৰ মথপৰাপুৰত নিৰ্মাণ কৰা হ’ব কাৰ্যালয়টোৰ স্থায়ী গৃহ। এই কথা জানিবলৈ দিয়ে পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবিন্দ্ৰ ডেকাই।

টিহুৰ বৰগাঁও-মথুৰাপুৰ-ৰণাকুছি নৱোদয় মধ্য ইংৰাজী বিদ্যালয়ত ‘বিধায়ক পুঁজি’ৰ পাঁচলাখ টকা অনুদানেৰে বিদ্যালয়গৃহৰ পুনৰ নিৰ্মাণৰ শুভাৰম্ভ কৰি বিধায়ক ডেকাই কয় যে টিহুৰ মথুৰাপুৰ গাঁৱত চৰকাৰীভাৱে আবণ্টিত প্ৰায় ১৮ বিঘা ভূমিত এই কাৰ্যালয়টো নিৰ্মাণ কৰা হ’ব।

স্থানীয় বিধায়ক পবিন্দ্ৰ ডেকাৰ এই ঘোষণাত উৎফুল্লিত হৈ পৰিছে স্থানীয় ৰাইজ। কিয়নো ১৯৯৩ চনৰ পৰা বিগত ২৫ বছৰ ধৰি অৰ্থাৎ আজি পৰ্যন্ত টিহু নগৰৰ ভাৰাঘৰত চলি আছে টিহু উন্নয়ন খণ্ডৰ কাৰ্যালয়।

বৰগাঁও-মথুৰাপুৰ-ৰণাকুছি নৱোদয় মধ্য ইংৰাজী বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি শচীন তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিধায়ক ডেকাই পাটাছাৰকুছি সমষ্টিৰ টিহু নগৰকে ধৰি টিহু মৌজাৰ বাট-পথৰ পুনৰ নিৰ্মাণ অহা অক্টোবৰৰ পৰা দ্ৰুতগতিত আৰম্ভ হ’ব বুলি প্ৰকাশ কৰে।

ইয়াৰ উপৰি বিধায়কজনে তেওঁৰ সমষ্টিৰ বাট-পথকে ধৰি স্বাস্থ্যখণ্ড আদিৰ উন্নয়ন আগতকৈ ক্ষীপ্ৰ গতিত হোৱা বুলিও উক্ত অনুষ্ঠানতে তথ্যসহকাৰে ৰাইজৰ আগত দাঙি ধৰে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd