• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টি-২০ত শতকৰ হেট্ৰিক তিলক ভাৰ্মাৰ! মাত্ৰ ৬৬টা বলতে ১৫১ ৰান কৰি গঢ়িলে অভিলেখৰ পাহাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 23, 2024 3:19 pm
টি-২০ত শতকৰ হেট্ৰিক অৰ্জন কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হৈছে তিলক ভাৰ্মা।

টি-২০ত শতকৰ হেট্ৰিক অৰ্জন কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হৈছে তিলক ভাৰ্মা।

1.2k
VIEWS
Share on FacebookShare on Twitter

দুৰ্দান্ত ফৰ্মত আছে তিলক ভাৰ্মা। দক্ষিণ আফ্ৰিকাৰ বলাৰসকলক নিৰ্দয়ভাৱে প্ৰহাৰ কৰি একেৰাহে দুটা শতক অৰ্জন কৰে। ইয়াৰ পিছত আইচিচিৰ ৰেংকিঙত ৬৭ৰ পৰা একেবাৰে ৩লৈ উন্নীত হয়। কিন্তু তিলক ভাৰ্মা তাতেই থমকি ৰোৱা নাই।

শনিবাৰে টি-২০ ফৰ্মেটত ক্ৰমাগত তৃতীয়টো শতক অৰ্জন কৰে তাৰকা বেটছমেনগৰাকীয়ে। চৈয়দ মুস্তাক আলী ট্ৰফীত খেলিছিল তিলকে। হায়দৰাবাদৰ জাৰ্চি পিন্ধি মেঘালয়ৰ বিৰুদ্ধে ৬৭ বলত ১৫১ ৰানৰ বিধ্বংসী ইনিংছ খেলিলে। তেওঁ ১৪টা বাউণ্ডেৰী আৰু ১০টা অভাৰ বাউণ্ডেৰী মাৰে।

টি-২০ত শতকৰ হেট্ৰিক অৰ্জন কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হয় তিলক ভাৰ্মা। টি-২০ত ১৫০ প্লাছ কৰা প্ৰথমজন ভাৰতীয় বেটছমেন হিচাপেও পৰিগণিত হয়। শ্ৰেয়াছ আয়াৰক অতিক্ৰম কৰিলে। যিয়ে এতিয়ালৈকে ভাৰতীয় হিচাপে টি-২০ত ১৪৬ ৰান কৰি ব্যক্তিগত সৰ্বাধিক ৰানৰ অভিলেখ গঢ়িছিল।

চৈয়দ মুস্তাক আলী ট্ৰফীত হায়দৰাবাদে প্ৰথম বেটিং কৰে। তিনি নম্বৰ স্থানত বেটিং কৰে তিলক ভাৰ্মাই। তেওঁ ২৮টা বলত অৰ্ধশতক অৰ্জন কৰে। মাত্ৰ ৫১টা বলত শতকত উপনীত হয়। মুঠতে মাত্ৰ ১০ দিনৰ ভিতৰতে টি-২০ত একেৰাহে তিনিটা শতকৰে হেট্ৰিক অৰ্জন কৰে তিলকে।

উল্লেখ্য যে দক্ষিণ আফ্ৰিকা ভ্ৰমণত গৈ চেঞ্চুৰিয়ান আৰু জোহান্সবাৰ্গত বেক টু বেক দুটা শতক অৰ্জন কৰে। তেওঁ সঞ্জু চেমছনৰ পিছত একেৰাহে দুখন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত শতক অৰ্জন কৰা দ্বিতীয়জন ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয়।

তিলক-সঞ্জুৰৰ বেটিঙৰ বাবেই ভাৰতে দক্ষিণ আফ্ৰিকাক ৩-১ গ’লত পৰাস্ত কৰে। মুঠতে ২২ বছৰীয়া তাৰকা বেটছমেনগৰাকীয়ে ৯০টা টি-২০ ইনিংছত মুঠ ২৯৫০ ৰান সংগ্ৰহ কৰিছে। মেগা নিলামৰ পূৰ্বেই মুম্বাই ইণ্ডিয়ানছে ফৰ্মত থকা তিলকক ৰিটেইন কৰিছিল।

Recent News

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd