• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাত্ৰ ৩ মাহতে সৰিব চৰ্বি, শৰীৰ হ’ব সুঠাম, লাহী! জানক ফিটনেছ বিশেষজ্ঞৰ ৭টা যাদুকৰী টিপছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 28, 2025 8:43 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সকলোৱে বিচাৰে এটা সুন্দৰ-সুঠাম শৰীৰ। দিনটোৰ ব্যস্ততাৰ পাছতো সেয়ে বহু লোকে ব্যায়াম কৰিবলৈ নেৰে। শৰীৰৰ সকলো চৰ্বি নোহোৱা হ’লেও পেটৰ সেই থুলথুলীয়া চৰ্বি কোনোমতে কমিব নিবিচাৰে। পুৰুষ বা মহিলা যিয়েই নহওক কিয়, যিকোনো ব্যক্তিৰ লগত এই সমস্যা হ’ব পাৰে। ইয়াৰ পৰা মুক্তি পাবলৈ আৰু আটিল, পেশীবহুল চেহেৰা পাবলৈ আপুনি কি কৰিব লাগিব? চেহেৰা ঋজু অথচ পেশীবহুল যেন দেখাবলৈ আপুনি কি কি কাম কৰিব পাৰে? ফিটনেছ প্ৰশিক্ষক মেহতাব একাই দিছে তাৰ নিদান।

মাত্ৰ সাতটা বস্তুৱে আপোনাৰ শৰীৰটোক আকৰ্ষণীয় আৰু ফিট কৰি ৰাখিব। ফিটনেছ বিশেষজ্ঞ মেহতাব একায়ে নিজেও এই পদ্ধতি অনুসৰণ কৰি তিনিমাহত ৯ কেজি ওজন কমাইছে! তেওঁৰ চৰ্বি কমিছে আৰু তেওঁৰ চেহেৰা আটিল, সুঠাম। তেওঁৰ শৰীৰৰ ৰূপান্তৰৰ বিভিন্ন মুহূৰ্তৰ ফটো আৰু ভিডিঅ’ ইনষ্টাগ্ৰামত আপলোড কৰাৰ উপৰিও তেওঁ সেই সাতটা গোপন টিপছ ফিটনেছ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে।

Apply Now

১) অধিক প্ৰটিন

ব্যায়ামৰ লগতে এটা নিৰ্দিষ্ট কিছু ডায়েটো মানি চলিব লাগিব। মেহতাবে কয় যে আপুনি অধিক প্ৰটিন খাব লাগে আৰু চেনিযুক্ত খাদ্যৰ পৰিমাণ কম কৰিব লাগে। খাদ্যত জন্তুৰ প্ৰ’টিন অন্তৰ্ভুক্ত কৰিব লাগে। অতি কম চৰ্বি থকা মাংস খাব লাগে। প্ৰতিদিনে দৈ খাব লাগে।

২) মদ আৰু শীতল পানীয় পৰিহাৰ কৰক

 যদি আপুনি সুঠাম চেহেৰা বিচাৰে তেন্তে মদ খোৱাটো সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিব। লগতে সকলো ধৰণৰ শীতল পানীয়ৰ ‘টেষ্টিং’। কাৰণ ইয়াত চেনিৰ পৰিমাণ অতি বেছি। তাৰ পৰিৱৰ্তে পিয়াহ দূৰ কৰিবলৈ প্ৰচুৰ পানী খাব লাগে।

৩) প্লেট ভৰ্তি খাদ্য খোৱাৰ আগতে ৰঙীন শাক-পাচলি

যিকোনো খাদ্য খোৱাৰ আগতে সতেজ শাক-পাচলি খাব লাগে। আৰু বিভিন্ন ৰঙৰ। ইয়াৰ ফলত ভোক কমিব আৰু তেজত শৰ্কৰাৰ মাত্ৰাও নিয়ন্ত্ৰণত থাকিব। খাদ্যৰ তালিকাত তিয়হ, তুলতুলীয়া ৰঙা বিলাহী, আৰু গাজৰ ৰাখিব লাগে।

৪) আহাৰ খোৱাৰ শেষত ডেজাৰ্ট

খালী পেটত দ্ৰুত জলপান বা মিঠা কুকিজ কেতিয়াও নাখাব। কিন্তু বেছিকৈ খাবলৈ মন গ’লে প্ৰ’টিন আৰু শাক-পাচলি ভিত্তিক খাদ্য খোৱাৰ পিছত সামান্য পৰিমাণে মিঠাই খাব পাৰে। তেতিয়া আপোনাৰ ইচ্ছা পূৰণ হ’ব আৰু আপোনাৰ ব্লাড চুগাৰ নিয়ন্ত্ৰণত থাকিব।

৫) পৰ্যাপ্ত পানী

চৰ্বি কমোৱাৰ যুঁজত পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাটো এক অপৰিহাৰ্য অস্ত্ৰ। শৰীৰত পানীৰ অভাৱ হ’ব নালাগে। পানীয়ে শৰীৰত আৰ্দ্ৰতা বজাই ৰখাই নহয়, পাচন আৰু শ্বাস-প্ৰশ্বাস তন্ত্ৰ সু-সংগঠিত কৰি ৰখাতো অতি উপকাৰী। শৰীৰত পানীৰ অভাৱ নথকাৰ অৰ্থ হ’ল হাজাৰ হাজাৰ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পাব।

৬) শাৰীৰিক ব্যায়ামৰ গুৰুত্ব দিয়া।

সামগ্ৰিকভাৱে নিজকে সুস্থ কৰি ৰখাৰ বাবেই হওক বা মেদবহুলতাৰ বিৰুদ্ধে যুঁজিবলৈ হওক, ব্যায়াম কৰাটো অতি প্ৰয়োজনীয়। শাৰীৰিক ব্যায়ামৰ ওপৰত গুৰুত্ব দিয়ক। শৰীৰক সক্ৰিয়া ৰখাৰ এৱে কিছুমান উপায় আছে যাৰ বাবে জিমলৈ যোৱাৰ কোনো দৰকাৰ নাই। কেলৰি জ্বলাবলৈ প্ৰতিদিনে কিছুমান কৌশলগত পদক্ষেপত মনোনিৱেশ কৰক।

চৰ্বি কমাবলৈ আন কোনো ব্যায়াম বা জিমৰ ৱৰ্কআউট নকৰাকৈও সাঁতুৰিব পাৰে। আপুনি চিৰি বগাব পাৰে, জাম্পিং জেক কিনি কিছু স্কিপিং কৰিব পাৰে, বা শুদ্ধ বতাহ খাবলৈ বাহিৰলৈ খোজ কাঢ়িব যাব পাৰে। মুঠতে প্ৰতিদিনে শৰীৰটোক অলপ ব্যস্ত ৰাখিব লাগিব।

৭) শাৰীৰিক ব্যায়ামৰ মূল্যায়ন

ব্যায়াম আৰু খাদ্য অনুসৰণ কৰিলে কিমান লাভ হয়? সফলতাৰ পথত আপুনি কিমান দূৰ আগবাঢ়িছে প্ৰতিদিনে মূল্যায়ন কৰক। জিমত আপুনি কিমান ওজন তুলিব, কোনো ব্যায়ামৰ ছেটত কিমান পুনৰাবৃত্তি কৰে, কিমান সময় ব্যায়াম কৰে – এই সকলোবোৰ আপোনাৰ ডায়েৰীত লিখি থওক। এই হিচাপটো ৰাখিলে আপুনি অনুপ্ৰাণিত হৈ থাকিব, আৰু আপুনি অধিক ওজন তুলিবলৈ আৰু অধিক শাৰীৰিক ব্যায়াম কৰিবলৈ পৰিকল্পনা কৰিব পাৰে। কাৰণ মাংসপেশী গঢ়াৰ বাবে একে সময়ত নহয়, ক্ৰমান্বয়ে ওজন বৃদ্ধি কৰি যোৱা অতি প্ৰয়োজনীয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd