• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন : দুপৰীয়ালৈকে প্ৰায় ৩৪ শতাংশ ভোটদান

NE NOW NEWS এন ই নাও নিউজ
মৰিগাঁও , December 17, 2020 1:27 pm

1 min read

WhatsApp Image 2020-12-10 at 4.03.59 PM

প্ৰতিনিধিত্বমূলক ফটো।

302
VIEWS
Share on FacebookShare on Twitter

আজি পুৱাৰে পৰা ভোটদান প্ৰক্ৰিায় আৰম্ভ হৈছে তিৱা স্বায়্ত্ত পৰিষদৰ নিৰ্বাচনৰ।

পুৱা ৭.৩০ বজাৰ আৰম্ভ হোৱা এই ভোটদান প্ৰক্ৰিয়াত দুপৰীয়া সময়লৈকে ভোটদান হাৰ মধ্যমীয়া বুলি ক’ব পাৰি।

জিলা নিৰ্বাচনী বিষয়াই প্ৰকাশ কৰা তথ্য অনুসৰি দুপৰীয়া ১১.৩০ বজালৈকে তিৱা স্বায়ত্ত শাসিত পৰিষদত ভোট গড় হাৰ  হৈছে ৩৪ শতাংশ।

জমাদাৰী আৰু বিহুবৰী সমষ্টিত সৰ্বাধিক ৪০ শতাংশ ভোটদান হোৱাৰ পৰিৱৰ্তে ঢেকীফলা সমষ্টি সৰ্বনিম্ন ২২ শতাংশ ভোটদান হৈছে।

উল্লেখ্য যে মুঠ ৩৬টা পৰিষদীয় সমষ্টি ক্ৰমে মৰিগাঁও, নগাঁও, হোজাই আৰু কামৰূপ(মহানগৰ)ৰ চাৰিখন জিলাৰ সৰ্বমূঠ ৪০৪টা ভোটগ্ৰহণ কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব ভোটাৰ ৰাইজে।

৪,৩৩,১৮৩ জন ভোটাৰ আছে। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ২১,৮২৪০ জন আৰু মহিলা ভোটাৰৰ হ’ল ২১,৪৯৪২গৰাকী। তাৰে এগৰাকী তৃতীয় লিঙ্গৰ ভোটাৰ আছে।

আনহাতে মৰিগাঁও জিলাত ১৯ টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হোৱা কথা আছিল যদিও ১৪নং গোভা সমষ্টিটোৰ বিজেপি প্ৰাৰ্থীগৰাকী বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হৈছে।সেয়ে সম্প্ৰতি ১৮ টা সমষ্টিত পৰিষদীয় নিৰ্বাচনৰ ভোটদান সম্পন্ন হৈছে।

ইফালে নিৰ্বাচনটো সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ মৰিগাঁও নিৰ্বাচনী বিভাগ আৰু জিলা প্ৰশাসনৰ লগতে আৰক্ষী প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰি তুলা হৈছে বুলি জিলাখনৰ আৰক্ষী অধীক্ষক ড° নন্দসিং বৰকলাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

Recent News

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

মৰিগাঁও আৰু টীয়কত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন

মৰিগাঁও আৰু টীয়কত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd