• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চীনৰ সৈতে সংঘাতময় পৰিস্থিতিৰ মাজতে চাবমেৰিণ প্ৰকল্পৰ শুভৰাম্ভণি কৰিলে টাইৱানে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 25, 2020 6:50 am

1 min read

চীনৰ সৈতে সংঘাতময় পৰিস্থিতিৰ মাজতে চাবমেৰিণ প্ৰকল্পৰ শুভৰাম্ভণি কৰিলে টাইৱানে
255
VIEWS
Share on FacebookShare on Twitter

চীনৰ সৈতে সংঘাত চলি থকাৰ সময়তে টাইৱানৰ ৰাষ্ট্ৰপতি চাই য়েং-ৱেনে মঙলবাৰে ঘৰুৱাভাৱে নিৰ্মাণ কৰিবলগীয়া চাবমেৰিণ প্ৰকল্পৰ শুভৰাম্ভণি কৰে।

টাইৱানে সম্পুৰ্ণ নিজা প্ৰযুক্তিৰে নিৰ্মাণ কৰিবলগীয়া চাবমেৰিণ প্ৰকল্পৰ শুভৰাম্ভণি কৰি টাইৱানৰ ৰাষ্ট্ৰপতি গৰাকীয়ে এয়া এক ঐতিহাসিক পদক্ষেপ বুলি মন্তব্য কৰে।

‘‘চাবমেৰিণ প্ৰকল্পৰ আৰম্ভণিয়ে টাইৱানে সমগ্ৰ বিশ্বক টাইৱানৰ যে নিজৰ সাৰ্বভৌমত্ত অক্ষুণ্ণ ৰখাৰ সামৰ্থ  আছে সেয়া প্ৰমাণ কৰিছে,’’ ৰাষ্ট্ৰপতি ৱেনে লগতে কয়।

২০১৮ চনত আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰশাসনে টাইৱানক চাবমেৰিণ নিৰ্মাণৰ ক্ষেত্ৰত সহযোগিতা আৰু সহায় কৰিব বুলি চুক্তি স্বাক্ষৰ কৰিছিল।

আনহাতে, টাইৱানৰ চাবমেৰিণ প্ৰকল্পৰ শুভাৰম্ভণিৰ পাছতে চীনে ইয়াক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

চীনে টাইৱানক সকীয়নি প্ৰদান কৰি আমেৰিকা যুক্তৰাষ্ট্ৰকো প্ৰৰোচিত নকৰিবলৈ কয়।

উল্লেখযোগ্য যে, ক’ৰ’না মহামাৰীৰ পৰৱৰ্তী সময়ত টাইৱান আৰু চীনৰ সম্পৰ্কৰ অধিক অৱনতি ঘটিছে।

Recent News

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd