• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাজিৰঙাত কাজিৰঙা লাইভৰ তৃতীয় বৰ্ষপুৰ্তিৰ বিশেষ অনুষ্ঠান সম্পন্ন

উত্তম শইকীয়া by উত্তম শইকীয়া
October 28, 2020 4:11 pm
Screenshot_20201028-153541~2
43.6k
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙাৰ অন্যতম বৈদ্যুতিন সংবাদ মাধ্যম কাজিৰঙা লাইভৰ তৃতীয় বৰ্ষপুৰ্তিৰ বিশেষ অনুষ্ঠান আজি কাজিৰঙাত অনুষ্ঠিত হৈ যায়৷

কাজিৰঙাৰ কহঁৰাত থকা বন বিভাগৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত আয়োজিত আৰু সংগঠনটোৰ মুখ্য সম্পাদক ভৱানন্দ কলিতাৰ পৌৰহিত্যত অনুষ্ঠিত এই বৰ্ষপুৰ্তি অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰ, পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈ, কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওগ, বোকাখাত মহকুমা সাংবাদিক সন্থাৰ উপ সভাপতি বুবুল দত্ত, কাজিৰঙা লাইভৰ কাৰ্যকৰী সম্পাদক নীলপদ্ম শৰ্মাৰ উপৰিও বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে৷

অনুষ্ঠানত কাজিৰঙা লাইভৰ তৃতীয় বৰ্ষপুৰ্তিত শুভেচ্ছা জনায় দিয়া ভাষণত কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰে কাজিৰঙাৰ বন্যপ্ৰাণী আৰু পৰিৱেশ সংৰক্ষণত বৈদুতিন মাধ্যম কাজিৰঙা লাইভৰ অৱদানৰ কথা কৈ কাজিৰঙা লাইভে ৰাষ্ট্ৰীয় উদ্যানৰ পাঁচোখন জিলাকেই সামৰিব ল’বৰ বাবে আহ্বান জনায়৷

আমন্ত্ৰিত অতিথিৰ উপৰিও কাজিৰঙা জীপ চাফাৰী সন্থাৰ সভাপতি তুলশী বৰদলৈ, কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ স্বপন নাথ, কাজিৰঙা নিউজ নেটৱৰ্কৰ প্ৰদ্যুত মহন্ত, শিল্পী পাপু ঘোষ আদি বিভিন্ন জনে কাজিৰঙা লাইভৰ তৃতীয় বৰ্ষপুৰ্তিত শুভেচ্ছা জ্ঞাপন কৰে৷

অনুষ্ঠানতে তৃতীষ বৰ্ষপুৰ্তি উপলক্ষে কেক কটাৰ লগতে ছাত্ৰ ছাত্ৰীৰ মাজত আয়োজিত ৰচনা আৰু প্ৰৱন্ধ প্ৰতিযোগিতাৰ স্থান প্ৰাপ্ত প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰা হয় ৷

Recent News

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd