• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সুখবৰ কঢ়িয়াই ৰাজ্যত আজি ক’ৰ’নাৰ সংক্ৰমণত মৃত্যু হোৱা নাই কোনো ব্যক্তিৰ; নতুনকৈ আক্ৰান্ত ১৫০ গৰাকী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 26, 2020 9:33 pm

1 min read

মিজোৰামত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ১৩৩৩ গৰাকীলৈ বৃদ্ধি; বৰ্তমানলৈ মৃত্যু হোৱা নাই কোনো লোকৰ
2.4k
VIEWS
Share on FacebookShare on Twitter

অসমত আজিৰ দিনটোত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত কোনো লোকৰ মৃত্যু হোৱা নাই বুলি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াযোগে প্ৰকাশ কৰে।

আনহাতে, ৰাজ্যত স্বাস্থ্য বিভাগে আজি সম্পন্ন কৰা মুঠ ২০৭৭৮ টা ক’ৰ’না পৰীক্ষাৰ ভিতৰত ১৫০ গৰাকী লোক প’জিটিভ হয়।

তদুপৰি, ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত আৰু হোম আইছ’লেশ্যনত থকা ১৪২ গৰাকী কোভিড সংক্ৰমিত ব্যক্তি আজি কোভিডৰ সংক্ৰমণৰ পৰা আৰোগ্য লাভ কৰে। ইয়াৰ ফলত ৰাজ্যত কোভিডৰ পৰা আৰোগ্য লাভৰ হাৰ ৯৭.৯৮ শতাংশলৈ বৃদ্ধি পায়।

অসমত বৰ্তমানলৈ মুঠ ২১২১৭১ গৰাকী ব্যক্তি ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বিপৰীতে সুস্থ হৈ উঠিছে ২০৭৯০৫ গৰাকী ব্যক্তি।

স্বাস্থ্য বিভাগৰ অবিৰত চেষ্টা আৰু অসমৰ জনসাধাৰণৰ সহযোগিতাৰ বাবে বৰ্তমান সময়ত ৰাজ্যত ৩২৮৫ গৰাকী সক্ৰিয় কোভিড ৰোগী আছে।

ৰাজ্যত এতিয়ালৈ ৯৭৮ গৰাকী কোভিড আক্ৰান্তই প্ৰাণ হেৰুৱাইছে। ৰাজ্যত মৃত্যুৰ হাৰ হৈছে ০.৪৬ শতাংশ।

Recent News

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd