• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে দ্বিতীয়টো কাৰ্য্যকালৰ বাবে আজি দায়িত্ব গ্ৰহণ কৰিব ৰঞ্জিত দাসে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 18, 2020 10:36 am

1 min read

Ranjit Das

ফাইল ফটো

2.5k
VIEWS
Share on FacebookShare on Twitter

অসম ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে আজি পুনৰবাৰ দায়িত্ব গ্ৰহণ কৰিব সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত দাসে।

শংকৰদেৱ কলাক্ষেত্ৰত আজি আয়োজিত হ’বলগীয়া এক দলীয় অনুষ্ঠানত দ্বিতীয়টো কাৰ্য্যকালৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰিব দাসে।

উল্লেখযোগ্য যে, ৰঞ্জিত দাসে যোৱা ২০১৭ চনৰ ৩০ জানুৱাৰিত অসম ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল।

ৰঞ্জিত দাসৰ নেতৃত্বতে বিজেপিয়ে ২০১৯ লোকসভা নিৰ্বাচনত ৰাজ্যত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছতে দাসৰ নেতৃত্বক লৈ বিজেপিৰ হাই কামাণ্ড সন্তুষ্ট হোৱা দেখা গৈছিল যাৰ বাবে পুনৰ এটা কাৰ্য্যকালৰ বাবে ৰঞ্জিত দাসক ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে দায়িত্বভাৰ অৰ্পন কৰা হৈছে।

ৰঞ্জিত দাসৰ নেতৃত্বতে বিজেপিয়ে ২০২১ চনৰ বিধানসভা নিৰ্বাচনতো অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

মন কৰিবলগীয়া যে এই সপ্তাহটোতে উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত আৰু পশ্চিম বংগতো ৰাজ্যিক বিজেপিৰ সভাপতিৰ নিৰ্বাচন হৈ গৈছে।

মেঘালয়ত আৰু ত্ৰিপুৰাত ক্ৰমে এ এল হেক আৰু মানিক সাহাই দলটোৰ নতুন ৰাজ্যিক সভাপতি হিচাপে দায়িত্ব লৈছে। আনহাতে পশ্চিম বংগত আন এটা কাৰ্য্যকালৰ বাবে পুনৰ দিলীপ ঘোষক দায়িত্ব দিয়া হৈছে।

Recent News

32337043_2010270292557153_5893369135034793984_n-643x375

বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ পৰলোকপ্ৰাপ্তি; শোকস্তব্ধ ভ্ৰাম্যমান জগত

Jemima-Khan-Peter-Morgan

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd