• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’না মুক্ত ডিমা হাচাও; কোৱাৰেণ্টাইন শিবিৰৰ পৰা ঘৰলৈ উভতিল ছয় যুৱক

Pankaj Kumar Deb পংকজ কুমাৰ দেৱ
হাফলং , April 27, 2020 8:55 pm

1 min read

ক’ৰ’না মুক্ত ডিমা হাচাও; কোৱাৰেণ্টাইন শিবিৰৰ পৰা ঘৰলৈ উভতিল ছয় যুৱক

ফটো : নৰ্থ-ইষ্ট নাও

808
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ পৰা মুক্ত হ’ল ডিমা হাচাও জিলা। হাফলং শিক্ষা ভৱনৰ কোৱাৰেণ্টাইন শিবিৰৰ পৰা আজি ঘৰলৈ উভতি যাবলৈ দিয়া হ’ল ছয়গৰাকী যুৱকক।

আজি বিয়লি ৩ বজাত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ ই এম চ্যামুয়াল চাংছান, ডিমা হাচাও জিলাৰ উপায়ুক্ত অমিতাভ ৰাজখোৱা, অতিৰিক্ত আৰক্ষী অধীক্ষক মানবেন্দ্ৰ গগৈ আৰু স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক দিপালী বৰ্মনৰ উপস্থিতিত এই ব্যক্তি কেইগৰাকীক বিদায় দিয়া হয়।

যোৱা ৯ এপ্ৰিলত এই ছয়গৰাকী যুৱকক হাফলঙত কোৱাৰেন্টাইন কৰা হৈছিল আৰু ১৩ এপ্ৰিলত শিলচৰ মেডিকেল কলেজ হাস্পতালৰ পৰা তেওঁলোকৰ ৰিজাল্ট নিগেটিভ আহিছিল।

উল্লেখ্য যে, ইতিমধ্যে মৃত্যু হোৱা হাইলাকান্দিৰ ক’ৰ’না আক্ৰান্ত ফয়জুৰ হক বৰভূঁঞাৰ লগত ডিমা হাচাও জিলাৰ এই ছয়গৰাকী যুৱকে যোৱা ১৭ মাৰ্চত গুৱাহাটী-শিলচৰ যাত্ৰীবাহী ৰেইলৰ এটা ডবাতে ভ্ৰমণ কৰিছিল।

ইফালে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ ই এম চ্যামুয়াল চাংছান আৰু উপায়ুক্ত অমিতাভ ৰাজখোৱাই ক’ৰ’না যুঁজত যুঁজি থকা প্ৰতিজন চিকিৎসক, নাৰ্চৰ লগতে আন আন স্বাস্থ্য কৰ্মী, আৰক্ষী, সংবাদ কৰ্মী, প্ৰশাসনৰ বিষয়ববীয়াক আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰে।

Recent News

pashim Guwahati Samasti

কি হ’ব পশ্চিম গুৱাহাটীত? মিত্ৰজোঁটত ফাঁট, বিজেপিৰ দাবী তেওঁলোকৰহে ভেটি শক্তিশালী

a ghana

বিশ্ব স্বাস্থ্য সংস্থাৰ COVAX আঁচনি: ঘানালৈ ভাৰতে প্ৰেৰণ কৰিলে ৬ লাখ কোভিড ভেকচিন

AJP

বিজেপি এতিয়া দুৰ্নীতি আৰু ছিণ্ডিকেটৰ পক্ষত সহনশীল দল: এজেপি

প্ৰধানমন্ত্ৰীক দীঘল দাড়ি কাটিবলৈ আহ্বান কংগ্ৰেছী আৰ. পি.শৰ্মাৰ; তেতিয়াহে হ’ব মূল্যবৃদ্ধি ৰোধ

প্ৰধানমন্ত্ৰীক দীঘল দাড়ি কাটিবলৈ আহ্বান কংগ্ৰেছী আৰ. পি.শৰ্মাৰ; তেতিয়াহে হ’ব মূল্যবৃদ্ধি ৰোধ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd