• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জুবিন গাৰ্গৰ আজিৰ জন্ম দিনত টিয়কত এগৰাকী চিত্ৰশিল্পীৰ অনন্য প্ৰয়াস

NE NOW NEWS নীৰ্মলেন্দু পাঠক
টীয়ক , November 18, 2020 9:00 pm

1 min read

জুবিন গাৰ্গৰ আজিৰ জন্ম দিনত টিয়কত এগৰাকী চিত্ৰশিল্পীৰ অনন্য প্ৰয়াস
154
VIEWS
Share on FacebookShare on Twitter

আজি নৱপ্ৰজন্মৰ হাৰ্টথ্ৰ’ জুবিন গাৰ্গৰ ৪৯ সংখ্যক জন্মদিন।

জনপ্ৰিয় শিল্পীগৰাকীৰ এই বিশেষ দিনটোত বিভিন্নজন অনুৰাগীয়ে বিভিন্ন প্ৰকাৰে শুভেচ্ছা জনাইছে৷

তেনে এজন অনুৰাগী লক্ষিমপুৰৰ আজাদ গাঁৱৰ চিত্ৰশিল্পী নীলমণি চাংমাই।

Screenshot_2020-11-18-17-04-07_1(1)

কৰ্মসূত্ৰে যোৰহাটত থকা এই গৰাকী অনুৰাগীয়ে ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথত থকা টীয়ক সমষ্টিৰ হাতীগড় অঞ্চলৰ অৰ্ধনিৰ্মিত চাৰিলেণ্ডযুক্ত পথৰ ৰ’ডপাছৰ দেৱালত  অংকন কৰিছে এখন বৃহৎ আকাৰৰ জুবিন গাৰ্গৰ পেইণ্টিং৷

পেছাত এগৰাকী পেইন্টাৰ এইজন শিল্পীয়ে ঘাইপথৰ কাষত এনেদৰেই পেইণ্টিং আঁকি শুভেচ্ছা জনালে মৰমৰ শিল্পী জনলৈ।

নীলমণিৰ এই প্ৰয়াসে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

Recent News

a cov123

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কোভিড ভেকচিনৰ দাম কিমান হ’ব? নিৰ্দ্ধাৰণ কৰি দিলে কেন্দ্ৰই

IMG_20210223_19101207

অসমবাসীৰ মূৰত ৪৪ হাজাৰ কোটি টকাৰ ধাৰৰ বোজা,অসম খনক ভিক্ষাৰী কৰিলে বিজেপিয়ে : লুৰীণজ্যোতিৰ বিস্ফোৰণ

Orunodoi-Scheme-2020

মৰিগাঁৱত বিজেপি চৰকাৰে ঘোষণা কৰা ‘স্বয়ম’ অৰুণোদয়’ আঁচনি ৰূপায়ণত কমিচনৰাজ, স্বজন প্ৰীতিৰ অভিযোগ

bhaba

প্ৰকৃতিপ্ৰেমীৰ প্ৰচেষ্টাত টীয়কৰ জাঁজীমুখত দল হৰিণাৰ পোৱালি উদ্ধাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd