• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইষ্ট বেংগলৰ বিৰুদ্ধে ৩ পইণ্ট সংগ্ৰহৰ লক্ষ্যৰে আজি খেলপথাৰত নামিব আত্মবিশ্বাসী নৰ্থ-ইষ্ট য়ুনাইটেড

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 5, 2020 11:18 am

1 min read

ইষ্ট বেংগলৰ বিৰুদ্ধে ৩ পইণ্ট সংগ্ৰহৰ লক্ষ্যৰে আজি খেলপথাৰত নামিব আত্মবিশ্বাসী নৰ্থ-ইষ্ট য়ুনাইটেড

উৎস-ইণ্টাৰনেট

3.9k
VIEWS
Share on FacebookShare on Twitter

ইণ্ডিয়ান চুপাৰ লীগত বিজয়ৰ লক্ষ্যৰে আজি এছ চি ইষ্ট বেংগলৰ বিৰুদ্ধে খেলপথাৰত অৱতীৰ্ণ হ’ব নৰ্থ-ইষ্ট য়ুনাইটেড।

সন্ধিয়া ৭.৩০ বজাত তিলক ময়দান ষ্টেডিয়ামত আই এছ এলৰ নতুন দল এছ চি ইষ্ট বেংগলৰ মুখামুখি হ’ব নৰ্থ-ইষ্ট য়ুনাইটেড।

চলিত আই এছ এলত বৰ্তমানলৈ নৰ্থ-ইষ্ট য়ুনাইটেড অপৰাজেয় হৈ আছে।

প্ৰখমখন খেলত নৰ্থ-ইষ্ট য়ুনাইটেডে শক্তিশালী মুম্বাই চিটি এফ চিক পৰাস্ত কৰি প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰিছিল।

ইয়াৰ পৰৱৰ্তী দুখন খেলত কেৰালা ব্লাষ্টাৰ্ছ আৰু এছ চি গোৱাৰ বিপক্ষে ড্ৰ খেলি পইণ্ট ভগাই লৈছিল নৰ্থ-ইষ্ট য়ুনাইটেডে।

নৰ্থ-ইষ্ট য়ুনাইটেডে বৰ্তমানলৈ তিনিখন খেলত এখন বিজয় আৰু দুখনত ড্ৰ খেলি মুঠ ৫ পইণ্টেৰে পইণ্ট তালিকাৰ পঞ্চম স্থানত আছে।

আনহাতে, প্ৰথমবাৰৰ বাবে আই এছ এলত অংশলোৱা ইষ্ট বেংগলে বৰ্তমানলৈ দুখন খেলত অংশগ্ৰহণ কৰি দুয়োখন খেলত পৰাজয় বৰণ কৰিবলগীয়া হৈছে।

ইষ্টবেংগল দলে পইণ্ট তালিকাৰ অন্তিম স্থানত আছে।

নৰ্থ-ইষ্ট য়ুনাইটেডৰ প্ৰশিক্ষক জেৰাৰ্ড নাছে আজি ইষ্টবেংগলৰ বিৰুদ্ধে তিনি পইণ্ট সংগ্ৰহৰ লক্ষ্যৰে দলক খেলপথাৰত অৱতীৰ্ণ কৰাব যদিও প্ৰতিপক্ষক সহজভাৱে গ্ৰহণ নকৰিবলৈ দলৰ খেলুৱৈ সকলক সকীয়াই দিছে।

Recent News

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

Samujjal-750x375

আছুৰ হৈ আনুষ্ঠানিক মন্তব্য কৰিব নোৱাৰিব সমুজ্জ্বল ভট্টাচাৰ্যই; স্পষ্ট কৰি দিলে সম্পাদক শংকৰজ্যোতিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd