• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰত-ভূটান সীমান্তৰ নাগ্ৰীজুলিত দুষ্প্ৰাপ্য কেঁকো সাপ উদ্ধাৰ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
September 25, 2020 6:24 pm
401
VIEWS
Share on FacebookShare on Twitter

বক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলত এক দুষ্ট চক্ৰ তথা চোৰাং চিকাৰীৰ তৎপৰতাত দুষ্প্ৰাপ্য কেঁকো সাপৰ গোপন বেহা গঢ়ি উঠিছে।

আজি ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলৰ নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত পৰ্যটনস্থলী বগমাটিত ২৪ নং এছ এছ বি বাহিনীৰ ৰঙিয়া জি কোম্পানীৰ সহকাৰী উপ-পৰিদৰ্শক  মিলন চন্দ্ৰ শীলৰ নেতৃত্বত এছএছ বিৰ এটা দলে এক বিশেষ সূত্ৰৰ পম খেদি

অভিযান চলাই দুডালকৈ কেঁকো সাপ উদ্বাৰ কৰিবলৈ সক্ষম হয়।

প্ৰাপ্ত তথ্য মতে, এছ এছ বিৰ লোকে এক গোপন সূত্ৰৰ পৰা বন্য জন্তুৰ চোৰাং চিকাৰীৰ দ্বাৰা কেঁকো সাপ সৰবৰাহৰ এক তথ্য লাভ কৰিছিল। তথ্য লাভৰ পিছত এছ এছ বিৰ দলটোৱে ভাৰত-ভূটান সীমান্তৰ বগামাটিত উপস্থিত হৈ অনুসন্ধান চলাই থকাৰ সময়তে পাহাৰৰ কাষেদি খোজকাঢ়ি আহি থকা দুজনকৈ লোকক প্ৰত্যক্ষ কৰে।

ইপিনে লোক দুজনেও এছ এছ বিৰ লোকক প্ৰত্যক্ষ কৰি বাঁহৰ চুঙাত ভৰাই লৈ অনা কেঁকো সাপ দুডাল এৰি সেই ঠাইৰ পৰা পলাই পত্ৰং  দিয়ে।

পৰৱৰ্তী সময়ত এছ এছ বিৰ লোকে সেই স্থানত উপস্থিত হৈ কেঁকো সাপ দুডালক উদ্বাৰ কৰে আৰু ঘন জংঘলৰ মাজত অন্তৰ্ধান হোৱা লোক দুজনক বিচাৰি অভিযান চলায় যদিও লোক দুজনক আটক কৰিবলৈ সক্ষম নহল।

পিছত এছ এছ বিৰ দলটোৱে দুষ্প্ৰাপ্য কেঁকো সাপ দুডাল  বাক্সা জিলা বান সংমণ্ডলৰ অধীনৰ কুমাৰীকাটা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত গতাই দিয়ে।

কুমাৰীকাটা আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ কৰ্মী বসন্ত বড়ো আৰু কৃষ্ণ কান্ত বড়োই জনোৱা মতে দুয়োডাল কেঁকো সাপক মানাহ উদ্যানত এৰি দিয়া হ’ব।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd