• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দেশৰ বিভিন্ন প্ৰান্তত কোবাইছে প্ৰচণ্ড শীতে : শীতে কঁপোৱা দেশৰ দহখন ঠাই কি কি?

এন ই নাও নিউজ by এন ই নাও নিউজ
December 24, 2020 11:11 am
images
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ বিভিন্ন প্ৰান্তক প্ৰচণ্ড শীতে কঁপাই তুলিছে। অসমলৈও ক্ৰমশঃ আহিছে শীতপ্ৰৱাহ। চলিত সপ্তাহত ৰাজ্যত তুলনামূলকভাৱে বৃদ্ধি পাইছে শীতৰ প্ৰকোপ।

অৱশ্যে অসমত শীত প্ৰৱাহ বৃদ্ধি পালেও এই শীত সহ্যাতীত হোৱা নাই। কিন্তু দেশৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড শীতে কঁপাই তুলিছে। তাৰে ১০ খন ঠাইৰ বিষয়ে তলল উল্লেখ কৰা হৈছে।

Apply Now

লেহ – নতুনকৈ গঠন হোৱা কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ ৰাজধানী হৈছে লেহ। যোৱা বছৰলৈকে কাশ্মীৰৰ অংগ হৈ থকা লেহত পৰিছে শীতৰ প্ৰচণ্ড প্ৰকোপ। দেশৰ ভিতৰতে অন্যতম শীতপ্ৰধান লেহৰ বৰ্তমানৰ সৰ্বনিম্ন উষ্ণতা হৈছে -১৩ ডিগ্ৰী চেলছিয়াছ।

কেইলং – হিমাচল প্ৰদেশৰ কেইলং অথবা কেইলাঙতো পৰিছে প্ৰচণ্ড শীত। মালানী-লেহ ৰাষ্ট্ৰয় ঘাইপথৰ কাষত থকা কেইলঙৰ বৰ্তমান সৰ্বনিম্ন উষ্ণতা হৈছে -৭.৭ ডিগ্ৰী চেলছিয়াছ।

গুলনাৰ্গ – নতুন কেন্দ্ৰীয় শাসিত অঞ্চল জন্মু আৰু কাশ্মীৰত অৱস্থিত গুলমাৰ্গকো কঁপাই তুলিছে প্ৰচণ্ড শীতে। বৰফেৰে আবৃত্ত দেশৰ অন্যতম শীতপ্ৰধান অঞ্চলটোৰ বৰ্তমানৰ সৰ্বনিম্ন উষ্ণতা হৈছে -৬ ডিগ্ৰী চেলছিয়াছ।

শ্ৰীনগৰ – জন্মু আৰু কাশ্মীৰ ৰাজধানী চহৰখনতো শীতৰ ৰাজত্ব চলিছে। চহৰখনৰ বৰ্তমানৰ সৰ্বনিম্ন উষ্ণতা হৈছে -৫ ডিগ্ৰী চেলছিয়াছ।

কাপোৱাৰা – জন্মু আৰু কাশ্মীৰৰ অতি প্ৰত্যন্ত চহৰ কাপোৱাৰাটো পৰিছে প্ৰচণ্ড শীত। এই সীমান্ত চহৰখনৰ বৰ্তমানৰ সৰ্বনিম্ন উষ্ণতা হৈছে -৪.৫ ডিগ্ৰী ছেলছিয়াছ।

ক’কেৰ্নাগ – জন্মু আৰু কাশ্মীৰৰ অনন্তনাগ জিলাৰ ব্ৰেং ভেলীৰ ক’কেৰ্নাগকো কঁপাই তুলিছে প্ৰচণ্ড শীতে। চহৰখনৰ বৰ্তমানৰ সৰ্বনিম্ন উষ্ণতা হৈছে -৪ ডিগ্ৰী ছেলছিয়াছ।

কাজিগুণ্ড – জন্মু আৰু কাশ্মীৰ অনন্তনাগ জিলাৰ অন্য এখন সৰু চহৰ কাজিগুণ্ড। ইয়াতো কোবাইছে প্ৰচণ্ড শীতে। ইয়াৰ বৰ্তমানৰ সৰ্বনিম্ন উষ্ণতা হৈছে -৪ ডিগ্ৰী চেলছিয়াছ।

কল্পা- হিমাচল প্ৰদেশৰ চুটলেজ নৈ উপত্যকা কল্পাটো পৰিছে প্ৰচণ্ড শীত। উপত্যকাটোত বৰ্তমানৰ সৰ্বনিম্ন উষ্ণতা হৈছে -০.৬ ডিগ্ৰী।

বাণীহাল – জন্মু আৰু কাশ্মীৰ কাজীগুণ্ডৰ অতি প্ৰত্যন্ত গ্ৰাম্যাঞ্চল বাণীহালটোকো কঁপাইছে প্ৰচণ্ড শীতে। অঞ্চলটোৰ বৰ্তমানৰ সৰ্বনিম্ন উষ্ণতা হৈছে -০.৪ ডিগ্ৰী ছেলছিয়াছ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd