• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিবনুৱাৰ পেটত গোৰ মাৰি Topcem চিমেন্টে গুৱাহাটীত নিযুক্তি দিলে বাংলাদেশী কূটনীতিকৰ পত্নীক

এন ই নাও নিউজ by এন ই নাও নিউজ
December 12, 2020 8:09 am
Untitled-1-750x375

টপচেম চিমেন্টে মুনেৰা আজমক ছিনিয়ৰ মেনেজাৰ, মাৰ্কেটিং এণ্ড ছেলছ হিচাপে নিযুক্তি দিছে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিড-১৯ অতিমাৰীৰ ফলত ‘নিবনুৱা’ সমস্যাত ভাৰাক্ৰান্ত হৈ পৰা ভাৰতত টপচেম চিমেন্টে গুৱাহাটীত এটা জ্যেষ্ঠ পদৰ বাবে ‘আটাইতকৈ যোগ্য প্ৰাৰ্থী’ হিচাপে বিচাৰি পালে এগৰাকী বাংলাদেশী কূটনীতিকৰ পত্নীক।

‘উত্তৰ-পূব ভাৰতৰ আটাইতকৈ শ্ৰেষ্ঠ’ বুলি দাবী কৰা টপচেম চিমেন্টে মুনেৰা আজমক ইয়াৰ ছিনিয়ৰ মেনেজাৰ, মাৰ্কেটিং এণ্ড ছেলছ হিচাপে নিযুক্তি দিছে।

Apply Now

মুনেৰা আজম গুৱাহাটীত থকা বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত শ্বাহ মহম্মদ তনভিৰ মনছুৰৰ পত্নী।

সূত্ৰসমূহে জানিবলৈ দিয়ে যে বাংলাদেশী কূটনীতিকগৰাকীৰ পত্নীয়ে যোৱা মাৰ্চ মাহৰ পৰা গুৱাহাটীৰ মেগা প্লাজাত থকা টপচেম চিমেন্টৰ কৰ্পোৰেট কাৰ্যালয়ত চাকৰি কৰি আছে।

ভাৰতত সকলো খণ্ডৰ মাৰ্কেটিং আৰু ছেলছৰ কাৰ্যবাহীসকলে যিসময়ত চাকৰি হেৰুৱাইছে বা দৰমহা কৰ্তনৰ সন্মুখীন হৈছে, সেই সময়ত টপচেম চিমেন্টে বাংলাদেশী কূটনীতিকৰ পত্নীক ‘বিশেষ চাকৰিৰ সুযোগ’ দিয়া ঘটনাই বহুতৰে চকু কপালত তুলিছে।

ছিনিয়ৰ মেনেজাৰ, মাৰ্কেটিং এণ্ড ছেলছ পদটোৰ বাবে টপচেম চিমেন্টে কিয় এগৰাকী ‘স্থানীয় প্ৰাৰ্থীক’ নিযুক্তি দিব নোৱাৰিলে?

প্রাথমিক অনুসন্ধানত পোবা তথ মতে মুনেৰা আজমৰ ছিনিয়ৰ মেনেজাৰ, মাৰ্কেটিং এণ্ড ছেলছ পদৰ বাবে কোনো ‘বিশেষ দক্ষতা নাই’।

নাইবা, গুৱাহাটীত থকা বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তই দিয়া ‘কিছু সুবিধা’ৰ বাবেই ‘কৃতজ্ঞতাৰ চিন’ স্বৰূপে মুনেৰা আজমক চাকৰিটো দিয়া হৈছিল?

সূত্ৰসমূহে কয় যে মুনেৰা আজম বাংলাদেশৰ য়ুনিভাৰ্ছিটি অফ লিবাৰেল আৰ্টছৰ পৰা জনসংযোগ বিভাগৰ স্নাতক ডিগ্ৰীধাৰী আৰু ২০১২ৰ পৰা ২০১৩চনলৈ ষ্টেণ্ডাৰ্ড চাৰ্টাৰ্ড বেংকত এগৰাকী কাৰ্যবাহী হিচাপে কাম কৰিছিল।

তেওঁ ২০১৪ৰ ছেপ্টেম্বৰৰ পৰা ২০১৬ৰ অক্টোবৰলৈ ডুবাইত এগৰাকী মাৰ্কেটিং ক’ৰ্ডিনেটৰ হিচাপে কাম কৰিছিল।

২০১৭ আৰু ২০১৯ৰ ভিতৰত মুনেৰা আজমে ৰাছিয়া চৰকাৰৰ এক বৃত্তি গ্ৰহণ কৰি ইন্টাৰনেশ্যনেল মাৰ্কেটিঙৰ স্নাতকোত্তৰ ডিগ্ৰী লয়।

আকৌ, ইন্টাৰনেশ্যনেল মাৰ্কেটিঙৰ স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰাৰ কেইমাহৰ পাছতে টপচেম চিমেন্টে মুনেৰা আজমক ছিনিয়ৰ মেনেজাৰ, মাৰ্কেটিং এণ্ড ছেলছৰ চাকৰি আগবঢ়াইছে।

টপচেম চিমেন্টে ইতিমধ্যে উত্তৰ-পূব ভাৰতৰ, বিশেষকৈ মেঘালয়ৰ খিলঞ্জীয়া লোকৰ অধিকাৰক ‘বঞ্চিত’ কৰাৰ সন্দেহজনক কাৰ্যত প্ৰবৃত্ত হৈছে।

যিসময়ত মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰত লাইমষ্ট’ন ৰিজাৰ্ভ ‘খনন’ কৰি প্ৰতিদিনে প্ৰায় ৪,৬০০ টন চিমেন্ট উৎপাদন কৰি আছে, সেই টপচেম চিমেন্টে  খাচী আৰু জয়ন্তীয়া জনজাতিসকৰ প্ৰতি বেগচিমেন্ট ‘উচ্চ দৰত’ বিক্ৰী কৰিছে।

দেখা গৈছে যে শ্বিলং আৰু জোৱাই লোকসকলে প্ৰতি বেগ টপচেম চিমেন্ট ক্ৰয় কৰোতে ৪০ৰপৰা ৬০ টকা অধিক (অসমৰ সকলো প্ৰধান চহৰৰ তুলনাত) আদায় দি আহিছে।

বৃহস্পতিবাৰে অসমত প্ৰতিবেগ চিমেন্টৰ খুচুৰা মূল্য ৩৯০ৰ পৰা ৪২০টকা হোৱাৰ বিপৰীতে মেঘালয়ত ইয়াৰ মূল্য হৈছে ৪৪০টকাৰ পৰা ৪৫০টকা।

টপচেম চিমেন্টে এইদৰে উত্তৰ-পূৰ্বাঞ্চলত জনসাধাৰণক লুণ্ঠনৰ বাট মুকলি কৰিছে। সেইদৰে লাখ লাখ যোগ্য শিক্ষিত নিবনুৱাৰ প্ৰতি ভেঙুচালি কৰি বাংলাদেশী কূটনীতিকৰ পত্নীক চাকৰিত নিযুক্তি দিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমন্ত্ৰণ বিতৰ্কৰ বাবে বাতিল কৰা হ’ল বেংগালুৰুৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন

আমন্ত্ৰণ বিতৰ্কৰ বাবে বাতিল কৰা হ’ল বেংগালুৰুৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন

August 28, 2026 10:51 am
আমেৰিকাত হত্যা হায়দৰাবাদৰ যুৱতী নিকিতাক; আগ্ৰাৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত অৰ্জুন

আমেৰিকাত হত্যা হায়দৰাবাদৰ যুৱতী নিকিতাক; আগ্ৰাৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত অৰ্জুন

August 28, 2026 10:03 am
পুনৰ ৰক্তাক্ত হ’ল অশান্ত মণিপুৰ; বিদ্যালয়ৰ প্ৰধান শিক্ষককে ধৰি ৫ জনক হত্যা!

পুনৰ ৰক্তাক্ত হ’ল অশান্ত মণিপুৰ; বিদ্যালয়ৰ প্ৰধান শিক্ষককে ধৰি ৫ জনক হত্যা!

August 28, 2026 9:11 am
নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যুৰ সংখ্যা ৩৯২ লৈ বৃদ্ধি, ১৪৬৮জন সন্ধানহীন; এতিয়া কি পৰিস্থিতি?

নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যুৰ সংখ্যা ৩৯২ লৈ বৃদ্ধি, ১৪৬৮জন সন্ধানহীন; এতিয়া কি পৰিস্থিতি?

August 28, 2026 8:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমন্ত্ৰণ বিতৰ্কৰ বাবে বাতিল কৰা হ’ল বেংগালুৰুৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন

আমন্ত্ৰণ বিতৰ্কৰ বাবে বাতিল কৰা হ’ল বেংগালুৰুৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন

August 28, 2026 10:51 am
আমেৰিকাত হত্যা হায়দৰাবাদৰ যুৱতী নিকিতাক; আগ্ৰাৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত অৰ্জুন

আমেৰিকাত হত্যা হায়দৰাবাদৰ যুৱতী নিকিতাক; আগ্ৰাৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত অৰ্জুন

August 28, 2026 10:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd