• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আই পি এছ বিষয়াৰ পত্নীৰ আতিশয্য! ৰে’লৰ আগত জাঁপ দিলে মহিলা হোমগাৰ্ডে, হেৰুৱালে দুয়োটা ভৰি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 23, 2023 12:59 pm
Woman home guard Jumps Before Train
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উৰিষ্যাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। চলন্ত ৰে’লৰ সমুখত জপিয়াই আত্মহত্যাৰ চেষ্টা চলাই দুই ভৰি হেৰুৱাব লগা হৈছে এগৰাকী মহিলা হোমগাৰ্ডে। এই ঘটনাৰ আঁৰত চূড়ান্ত আতিশয্যৰ অভিযোগ উত্থাপন হৈছে ডিআইজি ৰেংকৰ এগৰাকী আইপিএছ বিষয়াৰ পত্নীৰ বিৰুদ্ধে।

অভিযোগ অনুসৰি, আইপিএছ বিষয়াগৰাকীৰ পত্নীৰ নিৰ্যাতনত অতিষ্ঠ হৈ এইদৰে আত্মহত্যাৰ চেষ্টা চলাইছিল মহিলাগৰাকীয়ে। ৰাজ্যখনৰ হোমগাৰ্ড বিভাগৰ সঞ্চালক প্ৰধানৰ ওচৰত দাখিল কৰা লিখিত অভিযোগত মহিলা হোমগাৰ্ডগৰাকীয়ে এই অভিযোগ তুলিছে।

Apply Now

লিখিত অভিযোগত উল্লেখ কৰা মতে, কাম সঠিকভাৱে সম্পন্ন নকৰাৰ অজুহাতত মহিলা হোমগাৰ্ডগৰাকীক আই পি এছ বিষয়াগৰাকীৰ পত্নীয়ে গালি-গালাজ কৰাৰ লগতে প্ৰহাৰো কৰি আহিছে।

যোৱা ৪ আগষ্টত বিষয়াগৰাকীৰ পত্নীৰ কিছু কাপোৰ ধুব নোৱাৰাৰ বাবে তেওঁক ঘৰৰ পৰা টানি উলিয়াই আনি নিৰ্যাতন চলাইছিল বুলি তেওঁ অভিযোগ কৰিছে।

ভুক্তভোগী মহিলাগৰাকীয়ে পত্ৰখনত দাবী কৰিছে যে এনে অপমান আৰু নিৰ্যাতন ভোগ কৰি তেওঁ চলি থকা ৰে’লৰ আগত জপিয়াই আত্মহত্যা কৰি মৃত্যুৰ সিদ্ধান্ত লয় আৰু ৰে’লৰ সমুখত জাঁপ দিয়ে।

অৱশ্যে তেওঁৰ এই আত্মহত্যাৰ চেষ্টা বিফল হয় যদিও ভৰি দুখন হেৰুৱাই পেলায়। বৰ্তমান কটকৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে হোমগাৰ্ডগৰাকী। আঘাতপ্ৰাপ্ত মহিলাগৰাকী সৌৰিদ্ৰী সাহু বুলি জানিব পৰা গৈছে।

মহিলাগৰাকীয়ে এই সন্দৰ্ভত এতিয়াও আৰক্ষীৰ ওচৰত কোনো এজাহাৰ দাখিল কৰা নাই যদিও ৰাজ্যপাল গণেশি লাল, মুখ্যমন্ত্ৰী নবীন পাটনায়ককে ধৰি কেইবাগৰাকীও লোকলৈ পত্ৰ প্ৰেৰণ কৰিছে।

ইফালে চাহুৰ অভিযোগ খণ্ডন কৰি অভিযুক্ত পত্নীৰ দোষ অস্বীকাৰ কৰিছে ব্রিজেশ কুমাৰ ৰায় নামৰ আই পি এছ বিষয়াগৰাকীয়। মহিলা হোমগাৰ্ডগৰাকীয়ে নিজৰ কিছু পাৰিবাৰিক সমস্যাৰ বাবে অশান্তিগ্ৰস্ত হোৱাৰ বাবেহে এই পন্থা লৈছিল বুলি দাবী কৰিছে ৰায়ে।

ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হোম গাৰ্ডৰ সঞ্চালক প্ৰধানগৰাকীয়ে হোমগাৰ্ডগৰাকীয়ে উত্থাপন কৰা অভিযোগৰ সত্যাসত্য নিৰূপণ কৰা হ’ব বুলি মন্তব্য কৰিছে। তেওঁৰ চিকিৎসাৰ খৰচ চৰকাৰে বহন কৰিব বুলি উল্লেখ কৰে বিষয়াগৰাকীয়ে।

লগতে চিকিৎসাধীন হোমগাৰ্ডগৰাকীয়ে চিকিৎসালয়ৰ পৰা ৰিলিজ পোৱাৰ পিছত তেওঁৰ সৈতে কথা পতা হ’ব আৰু পৰৱৰ্তী সময়ত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ লগতে জানিবলৈ দিয়ে।

উল্লেখ্য যে, আহত হোমগাৰ্ডগৰাকী এগৰাকী বিধৱা মহিলা আৰু দুই কন্যা সন্তানৰ সৈতে তেওঁ বাস কৰে। আইপিএছ বিষয়াগৰাকীয়ে পাৰিবাৰিক সমস্যাৰ বাবে চাহুৱে আত্মহত্যাৰ চেষ্টা চলাইছিল বুলি দাবী কৰিলেও তেওঁৰ দাবী হোমগাৰ্ডগৰাকীৰ কন্যাই নাকচ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd