• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home অটো

অতিক্ৰম কৰিলে সকলো সীমা; ১ লাখ ৪১ হাজাৰ ৭০০ টকাৰ জৰিমনা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 11, 2019 1:18 pm

1 min read

insurance

প্ৰতিনিধিত্বমূলক চিত্ৰ

51.4k
VIEWS
Share on FacebookShare on Twitter

নতুন মটৰ বাহন আইন ২০১৯ কাৰ্যকৰী হোৱাৰ পাছৰে পৰা দেশৰ বিভিন্ন প্ৰান্তত অভাৱনীয় তথা অকল্পনীয় হাৰৰ চালান কটা খবৰ পোহৰলৈ আহি আছে।

চালানৰ বাবে কৰবাত গৰাকীয়ে গাড়ী জ্বলাইছে, কৰবাত আকৌ নিজৰ গাড়ীখনকে গটাই দিছে আৰক্ষীক। মুঠতে নতুন মটৰ বাহন আইনে জ্বলা কলা খুৱাইছে সৰ্বসাধাৰণক।

শেহতীয়াকৈ তেনে এক ঘটনা ঘটিছে নতুন দিল্লীত। দিল্লীৰ ৰোহিনী আদালতত ৰাজস্থানৰ এগৰাকী ট্ৰাকৰ গৰাকীয়ে ১ লাখ ৪১ হাজাৰ ৭০০ টকাৰ চালানৰ ধনৰাশি প্ৰদান কৰে।

ৰাজস্থানৰ বিকানেৰৰ নিবাসী লোকজনৰ ট্ৰাকখন অভাৰলোডৰ বাবে যোৱা ৫ ছেপ্তেম্বৰত দিল্লীৰ যান-বাহন আৰক্ষীয়ে ৭০ হাজাৰ টকাৰ চালান কাটিছিল। তদুপৰি অভাৰলোডৰ বাবে মালিকৰ ওপৰতো ৭০ হাজাৰ টকাৰ চালান কাটে।

CHALAN-

এই সন্দৰ্ভত ট্ৰাকৰ গৰাকীয়ে কয় যে ১ লাখ ৪০ হাজাৰৰ উপৰি অতিৰিক্তভাৱে আৰু ১৭০০টকাৰ চালান কাটিছিল। মুঠ ১ লাখ ৪১ হাজাৰ ৭০০ টকা তেওঁ ৯ ছেপ্তেম্বৰত দিল্লীৰ ৰোহিনী আদালতত প্ৰদান কৰে বুলি জনায়।

নতুন মটৰ বাহন আইন ২০১৯ কাৰ্যকৰী হোৱাৰ পাছত বহুতৰ পৰা জৰিমনা হিচাপে ১৫ হাজাৰ, ২৫ হাজাৰ তথা ৬০ হাজাৰলৈকে চালান কাটিছে যদিও দিল্লীৰ ৰোহনী আদালতত দিয়া এইটোৱেই সৰ্বাধিক হাৰৰ জৰিমনা।

উল্লেখ্য যে এই আইনৰ জৰিমনাৰে প্ৰথম ৫ দিনত উৰিষ্যাত ১ কোটি টকা, হাৰিয়ানাত ৫২ লাখ টকা, পশ্চিমবংগত প্ৰায় ৯৫ লাখ টকাৰ ৰাজহ সংগ্ৰহ কৰিছে যান-বাহন আৰক্ষীয়ে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd