• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

No Parkingত গাড়ী ৰখাই বিজেপি বিধায়কৰ তর্জন-গর্জন; জৰিমনা আদায় যান-বাহন আৰক্ষীৰ

No Parking ত ৰখোৱা বিজেপিৰ বিধায়কৰ বাহনত লাগিল আৰক্ষীৰ ‘লক’

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , February 25, 2020 7:43 pm

1 min read

WhatsApp Image 2020-02-25 at 6.15.35 PM

ঘটনাস্থলীত বিধায়ক আৰু যান-বাহন আৰক্ষীৰ মাজত খণ্ডযুদ্ধ।

1.1k
VIEWS
Share on FacebookShare on Twitter

মহানগৰীত বিধায়কৰ গাড়ীত হুইল ক্লেম্প লক লগালে যানবাহন আৰক্ষীয়ে।

দুলীয়াজানৰ বিধায়ক টেৰচ গোৱালা আৰু ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকন বহি যোৱা বাহনত আৰক্ষীয়ে লগালে হুইল ক্লেম্প লক।

মঙলবাৰে দুপৰীয়া প্ৰায় ১ বজাত ন’ পাৰ্কিঙত গাড়ী ৰখাই থোৱাৰ বাবেই হুইল ক্লেম্প লক লগালে কৰ্তব্যৰত যানবাহন আৰক্ষীয়ে।

চানমাৰিৰ গড়কাপ্তানি বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ৰ সন্মুখত ন’ পাৰ্কিঙত গাড়ি ৰখাই জৰিমণা ভৰিবলগীয়া হ’ল বিধায়কগৰাকীয়ে। বিধায়কদুগৰাকী যোৱা গাড়ীখনৰ নম্বৰ হ’ল AS 01BV 0005।

বিষ্ণু বৰা নামৰ কৰ্তব্যৰত চান্দমাৰী থানাৰ যানবাহন আৰক্ষী কনিষ্টবলজনে বিধায়কৰ বাহনত লক লগোৱা বুলি জানিব পৰা গৈছে।

আৰক্ষী জোৱানজনক শাৰীৰিকভাৱে অপদস্থ কৰাৰ উপৰিও গালি-গালাজ কৰাৰো অভিযোগ উত্থাপিত হৈছে।

বাহনখনৰ চালক আৰু নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে কৰ্তব্যৰত আৰক্ষী কনিষ্টবলগৰাকীয়ে।

সেই সময়ত গাড়ীৰ ভিতৰত আছিল বিধায়ক টেৰচ গোৱালা আৰু তেওঁৰ কাষতে আছিল আনগৰাকী বিধায়ক সুৰেণ ফুকন।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd