DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home আন্ত: ৰাষ্ট্ৰীয়

আমেৰিকাত পুনৰ বন্দুকধাৰীৰ সন্ত্ৰাস: নিৰ্বিচাৰ গুলীচালনাত নিহত ৯ গৰাকী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 24, 2023 10:46 am
9 Killed In US Shootings
78
VIEWS
Share on FacebookShare on Twitter

বন্দুকধাৰীৰ সন্ত্ৰাসে ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে আমেৰিকাত। দেশখনত উদ্বেগজনক হাৰত বৃদ্ধি পোৱা নিৰ্বিচাৰ গুলীচালনাত বিগত সময়চোৱাত প্ৰাণ হেৰুৱাইছে বহু লোকে। আজি পুনৰ আমেৰিকাত সংঘটিত তিনিটা পৃথক গুলীচালনাৰ ঘটনাত দুগৰাকী ছাত্ৰসহ ৯ জন লোকৰ মৃত্যু হোৱাৰ খবৰ প্ৰকাশ পাইছে।

আন্ত:ৰাষ্ট্ৰীয় সংবাদ সংস্থা AFP ৰ বাতৰি অনুসৰি, উত্তৰ কেলিফৰ্ণিয়াৰ ছান ফ্ৰান্সিস্কোৰ দক্ষিণে থকা হাফ মুন বে’ৰ ফাৰ্মত দুটাকৈ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। এই ঘটনাত ৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩ গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে।

ঘটনা সন্দৰ্ভত ছান মাটিও কাউন্টি শ্বেৰিফে এক টুইট যোগে এই বৰ্বৰ কাণ্ডৰ সৈতে প্ৰশাসনে মোকাবিলা কৰিছে বুলি সদৰী কৰিছে। টুইট যোগে কাৰ্যালয়ে ঘটনাত জড়িত থকাৰ সন্দেহত কেইগৰাকীমান সন্দেহজনক লোকক জিম্মাত লোৱা হৈছে বুলি উল্লেখ কৰে।

আনহাতে আন এক গুলীচালনাৰ ঘটনা সংঘটিত হৈছে আইঅ’ৱাৰ ডেছ মইনছত। এক যুৱ প্ৰশিক্ষণ কেন্দ্ৰত সংঘটিত হৈছে এই কাণ্ড। গুলীচালনাত দুগৰাকী ছাত্ৰ নিহত হোৱাৰ লগতে ৩ গৰাকী লোক আহত হয়। আহত সকলৰে দুগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

ডেছ মইন আৰক্ষীয়ে এক বিবৃতিত উল্লেখ কৰা মতে, গুলীচালনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ১৮ আৰু ১৬ বছৰীয়া ছাত্ৰ দুগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও দুয়োগৰাকীৰে চিকিৎসালয়তে মৃত্যু হয়। গুলীচালনা সংঘটিত কৰি দুৰ্বৃত্তই ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

Recent News

টী-২০ত আটাইতকৈ দীঘলীয়া সময় অষ্ট্ৰেলিয়াৰ নেতৃত্বত থাকি আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিলে ফিঞ্চে

টী-২০ত আটাইতকৈ দীঘলীয়া সময় অষ্ট্ৰেলিয়াৰ নেতৃত্বত থাকি আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিলে ফিঞ্চে

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd