• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শোকাবহ! স্কুল কৰিডৰত হাৰ্ট এটেকত মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ

নৰ্থ ইষ্ট নাও অসমীয়া by নৰ্থ ইষ্ট নাও অসমীয়া
July 6, 2024 6:28 pm
12.8k
VIEWS
Share on FacebookShare on Twitter

জন্মদিনৰ এদিন পাছতে শনিবাৰে বিদ্যালয়ৰ কৰিড’ৰত দেহাৱসান ঘটে দশম শ্ৰেণীৰ এজন ছাত্ৰৰ। ৰাজস্থানৰ দৌছা জিলাত ১৬ বছৰীয়া শিশু যতীন্দ্ৰ উপাধ্যায়ৰ কৰুণ মৃত্যু। চিকিৎসকৰ মতে, হাৰ্ট এটেকৰ ফলত তেওঁৰ মৃত্যু হয়। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ পাছতহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। শেহতীয়া খবৰ অনুসৰি নাবালকজনৰ পৰিয়ালে মৰণোত্তৰ পৰীক্ষাৰ বাবে সন্মতি নিদিলে।

স্থানীয় বন্দিকুই আৰক্ষী থানাৰ এজন বিষয়াই জনোৱা মতে, ব্যক্তিগত বিদ্যালয়ৰ ৰাইজে যতীন্দ্ৰৰ সৈতে উপজিলা চিকিৎসালয়লৈ আহিছিল। তাতে চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। স্থানীয় আৰু পৰিয়ালৰ সূত্ৰ অনুসৰি কিশোৰগৰাকীৰ জন্মদিন আছিল ৫ জুলাই শুকুৰবাৰ

চিকিৎসালয়খনৰ এগৰাকী চিকিৎসকে জানিবলৈ দিয়া মতে বিদ্যালয়ৰ কৰ্মচাৰীয়ে ল’ৰাটোক লৈ আহিছিল। কিন্তু, সেই সময়ত হৃদস্পন্দন নাছিল। তেওঁক মৃত অৱস্থাত আনিছিল।

বিদ্যালয়খনৰ চিচিটিভিৰ পৰা লোৱা এটা ভিডিঅ’ত দেখা গৈছে যে কিশোৰজন কিদৰে কেইছেকেণ্ডমানৰ ভিতৰতে মৃত্যুবৰণ কৰে। বাণী মেহৰোত্ৰা নামৰ এগৰাকী এক্সে ভিডিঅ’টো দিছিল। কাকতলীয়াকৈ ক’বলৈ গ’লে হঠাৎ হৃদযন্ত্ৰ বন্ধ হৈ যোৱাৰ ফলত কিশোৰৰ মৃত্যুৰ এয়া প্ৰথমটো ঘটনা নহয়। ২০২৩ চনৰ ডিচেম্বৰ মাহত ৰাজস্থানৰ জয়পুৰ চহৰতো একেধৰণৰ ঘটনা সংঘটিত হৈছিল।

ক্লাছৰ ঠিক বাহিৰত হাৰ্ট এটেকত আক্ৰান্ত হৈ ১৪ বছৰীয়া এজন ছাত্ৰৰ মৃত্যু হয়। যোগেশ সিং নামৰ ছাত্ৰজনে নৱম শ্ৰেণীত পঢ়ি আছিল। তাৰ পাছত ২০২৪ চনৰ জুন মাহত উত্তৰ প্ৰদেশৰ মহোবাত থকা নিজৰ কাৰ্যালয়ত অচেতন হৈ মৃত্যু হয় ব্যক্তিগত বেংকৰ মেনেজাৰজনৰ। মাত্ৰ ৩০ বছৰ বয়সৰ ৰাজেশ কুমাৰ সিন্দে হামিৰপুৰৰ বাসিন্দা আছিল। চকীত বহি থকা অৱস্থাত হাৰ্ট এটেক হৈ মৃত্যু হয় ৰাজেশৰ।

Recent News

সূদীৰ্ঘ ৫টা বৰ্ষৰ পিছত চীনৰ পৰ্যটকৰ বাবে পুনৰ ভিছা মুকলি কৰিলে ভাৰতে

সূদীৰ্ঘ ৫টা বৰ্ষৰ পিছত চীনৰ পৰ্যটকৰ বাবে পুনৰ ভিছা মুকলি কৰিলে ভাৰতে

বিগত ১০ বছৰত ভাৰতীয় সম্পত্তি তিনিগুণ বৃদ্ধি পালে ছুইছ বেংকত! কিমান ক’লা ধন ঘূৰাই আনিলে মোদী চৰকাৰে

বিগত ১০ বছৰত ভাৰতীয় সম্পত্তি তিনিগুণ বৃদ্ধি পালে ছুইছ বেংকত! কিমান ক’লা ধন ঘূৰাই আনিলে মোদী চৰকাৰে

মানুহ বা যন্ত্ৰয়ো ধৰিব নোৱাৰে! চীনে এআইৰ ওপৰত গোপন গৱেষণা কৰি বিশ্বক আচৰিত কৰিবনে?

মানুহ বা যন্ত্ৰয়ো ধৰিব নোৱাৰে! চীনে এআইৰ ওপৰত গোপন গৱেষণা কৰি বিশ্বক আচৰিত কৰিবনে?

মাত্ৰ ১১ মিনিটৰ বাবে খোলা গাজাৰ সাহায্য শিবিৰ মৃত্যুৰ ফান্দলৈ পৰিণত, ৩ দিনত অনাহাৰে মৃত্যুমুখত পৰিল ২১জন শিশু

মাত্ৰ ১১ মিনিটৰ বাবে খোলা গাজাৰ সাহায্য শিবিৰ মৃত্যুৰ ফান্দলৈ পৰিণত, ৩ দিনত অনাহাৰে মৃত্যুমুখত পৰিল ২১জন শিশু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd