• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শিৱসাগৰত কৰুণ ঘটনা! পুৱাই দিখৌ নৈত জাপ দিলে নাবালক প্ৰেমিক যুগলে

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 23, 2024 9:45 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ নাজিৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।আজি পুৱাতে নাজিৰাৰ দিখৌ দলঙৰ পৰা নদীত জাঁপ দিলে এহাল নাবালক প্ৰেমিক-প্ৰেমিকাই। এই ঘটনাই মুহূৰ্তৰ ভিতৰতে অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সূচনা কৰে। প্ৰেমিক-প্ৰেমিকা হালে নদীত জাপ দিয়া দেখি একাংশ প্ৰত্যক্ষদৰ্শীয়ে তৎপৰতাৰে উদ্ধাৰ কৰে দুয়োকে।

বিয়াৰ বাবে পৰিয়ালে সন্মতি নিদিয়াৰ বাবেই জাপ দিছিল প্ৰেমিক-প্ৰেমিকাহালে।একাংশ লোকে ঘটনাটো প্ৰত্যক্ষ কৰি নদীৰ পৰা উদ্ধাৰ কৰে দুয়োকে।

Apply Now

বৰ্তমান দুয়োগৰাকী সুস্থ বুলি জানিব পৰা গৈছে।উল্লেখ্য যে, প্ৰেমিকজনৰ ঘৰ নামতিত আৰু প্ৰেমিকাৰ ঘৰ হাঁহচৰাত বুলি জানিব পৰা গৈছে। পুৱাই সংঘটিত এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে অঞ্চলটোত।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দশেৰাৰ দিনাই জঘন্য ঘটনা, কিশোৰীক দলবদ্ধ ধৰ্ষণ ৩ নাবালককে ধৰি ৭ পাষণ্ডৰ

দশেৰাৰ দিনাই জঘন্য ঘটনা, কিশোৰীক দলবদ্ধ ধৰ্ষণ ৩ নাবালককে ধৰি ৭ পাষণ্ডৰ

October 24, 2026 1:34 pm
কাটাৰত ৮ কোটি টকা ডকাইতি, এবছৰৰ মূৰত আত্মসমৰ্পণ বিজেপি নেতাৰ! অডিঅ’ক কেন্দ্ৰ কৰি ঘণীভূত ৰহস্য

কাটাৰত ৮ কোটি টকা ডকাইতি, এবছৰৰ মূৰত আত্মসমৰ্পণ বিজেপি নেতাৰ! অডিঅ’ক কেন্দ্ৰ কৰি ঘণীভূত ৰহস্য

October 24, 2026 12:12 pm
গীৰ্জাত প্ৰাৰ্থনাৰ সময়ত অচিনাক্ত বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনা, কমেও ৭ জন নিহত, ৩৪ জন আহত

গীৰ্জাত প্ৰাৰ্থনাৰ সময়ত অচিনাক্ত বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনা, কমেও ৭ জন নিহত, ৩৪ জন আহত

October 24, 2026 11:14 am
ছিয়াং বান্ধ প্ৰকল্পক লৈ ক্ষোভৰ জুই, প্ৰতিবাদকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি, বিধায়কৰ গৃহ

ছিয়াং বান্ধ প্ৰকল্পক লৈ ক্ষোভৰ জুই, প্ৰতিবাদকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি, বিধায়কৰ গৃহ

October 24, 2026 10:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দশেৰাৰ দিনাই জঘন্য ঘটনা, কিশোৰীক দলবদ্ধ ধৰ্ষণ ৩ নাবালককে ধৰি ৭ পাষণ্ডৰ

দশেৰাৰ দিনাই জঘন্য ঘটনা, কিশোৰীক দলবদ্ধ ধৰ্ষণ ৩ নাবালককে ধৰি ৭ পাষণ্ডৰ

October 24, 2026 1:34 pm
কাটাৰত ৮ কোটি টকা ডকাইতি, এবছৰৰ মূৰত আত্মসমৰ্পণ বিজেপি নেতাৰ! অডিঅ’ক কেন্দ্ৰ কৰি ঘণীভূত ৰহস্য

কাটাৰত ৮ কোটি টকা ডকাইতি, এবছৰৰ মূৰত আত্মসমৰ্পণ বিজেপি নেতাৰ! অডিঅ’ক কেন্দ্ৰ কৰি ঘণীভূত ৰহস্য

October 24, 2026 12:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd