• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিবাহস্থলীৰ পৰা উভতি অহাৰ পথত ওদালগুৰিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা; নিহত পাঁচ গৰাকী লোক

চাজিদ খান by চাজিদ খান
March 14, 2020 12:14 pm
Udalguri accident

পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত লোক সকলক চিকিৎসালয়ত ভৰ্তি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ওদালগুৰি জিলাৰ পানেৰী আৰক্ষী চকীৰ অন্তৰ্গত নাচনশালীত শুকুৰবাৰে নিশা সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত ৫ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ভালেকেইগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

এখন তীব্ৰবেগী ডিআই বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা গছত খুন্দা মৰাৰ ফলতে শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হয়।

Apply Now

দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা লোক কেইগৰাকী হ’ল ক্ৰমে- গোবিন্দ বড়ো (৩৫), জ’হান কুলু (৪০), মনিৰাম বড়ো (৩০), জিতেন বড়ো আৰু চানঞ্চুমা ব্ৰহ্ম (১৭)।

কইনা ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত পতিত হোৱা বাহনখনৰ পঞ্জীয়ন নম্বৰ হ’ল এএছ-২৫চিচি ৭৬১৯।

আনহাতে, দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত লোক সকলক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকসকলক পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

শোকাৱহ দুৰ্ঘটনাটোৱে সমগ্ৰ অঞ্চলটোৰ জনসাধাৰণৰ মাজত শোকৰ ছাঁ পেলাইছে।

চাজিদ খান

চাজিদ খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰথম গ্ৰেপ্তাৰ বেআইনী বিবেচিত হ’লে পুনৰ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে! উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

প্ৰথম গ্ৰেপ্তাৰ বেআইনী বিবেচিত হ’লে পুনৰ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে! উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 21, 2026 4:54 pm
চন্দ্ৰপুৰত ইছৰোৰ অত্যাধুনিক ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন: মহাকাশ গৱেষণাৰ মানচিত্ৰত অসমৰ নতুন যাত্ৰা

চন্দ্ৰপুৰত ইছৰোৰ অত্যাধুনিক ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন: মহাকাশ গৱেষণাৰ মানচিত্ৰত অসমৰ নতুন যাত্ৰা

September 21, 2026 4:52 pm
নগাঁও উপ-নিৰ্বাচনৰ ৰণডংকা! তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, চূড়ান্ত যুঁজত অৱতীৰ্ণ হ’ব ১৫ গৰাকী প্ৰাৰ্থী

নগাঁও উপ-নিৰ্বাচনৰ ৰণডংকা! তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, চূড়ান্ত যুঁজত অৱতীৰ্ণ হ’ব ১৫ গৰাকী প্ৰাৰ্থী

September 21, 2026 3:00 pm
মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

September 21, 2026 12:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰথম গ্ৰেপ্তাৰ বেআইনী বিবেচিত হ’লে পুনৰ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে! উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

প্ৰথম গ্ৰেপ্তাৰ বেআইনী বিবেচিত হ’লে পুনৰ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে! উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 21, 2026 4:54 pm
চন্দ্ৰপুৰত ইছৰোৰ অত্যাধুনিক ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন: মহাকাশ গৱেষণাৰ মানচিত্ৰত অসমৰ নতুন যাত্ৰা

চন্দ্ৰপুৰত ইছৰোৰ অত্যাধুনিক ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন: মহাকাশ গৱেষণাৰ মানচিত্ৰত অসমৰ নতুন যাত্ৰা

September 21, 2026 4:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd