• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰঙাপাৰাত শোকাৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত বাইক আৰোহী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 17, 2021 10:01 am

1 min read

ৰঙাপাৰাত শোকাৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত বাইক আৰোহী
169
VIEWS
Share on FacebookShare on Twitter

শোণিতপুৰ জিলাৰ ৰঙাপাৰাত সৰস্বতী পূজাৰ দিনটোতে সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত এগৰাকী যুৱকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন দুগৰাকী ব্যক্তি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

পথ দুৰ্ঘটনাটোত থিতাতে মৃত্যু হোৱা যুৱক গৰাকীৰ নাম দিপাংকৰ দাস বুলি জানিব পৰা গৈছে।

দিপাংকৰ দাস ৰঙাপাৰা ১ নং ৱাৰ্ডৰ নিৱাসী আছিল।

জানিব পৰা মতে, শোণিতপুৰৰ ৰঙাপাৰা-বালিপাৰা সংযোগী পথৰ হাতীবাৰী চাহ বাগিচাৰ নেকেৰাহোলাত ৰঙাপাৰাৰ দিশলৈ গৈ থকা এ এছ-১২-য়ু-৭৯৪২ নম্বৰৰ দুচকীয়া বাহনে ৰৈ থকা ডাম্পাৰ এখনত পাছফালৰ পৰা প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে।

এই দুৰ্ঘটনাটোৰ ফলত দুচকীয়া বাহনখনত থকা দিপাংকৰ দাসৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন দুজন  বাইক আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

আনহাতে, দুৰ্ঘটনাৰ খবৰ লাভ কৰা মাত্ৰকে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আঘাতপ্ৰাপ্ত দুজনক চিকিৎসাৰ ব্যৱস্থা কৰে।

Recent News

https _cdn.cnn.com_cnnnext_dam_assets_210226001020-palace-of-justice-malaysia-file

সমকামীৰ যৌনতা নিষিদ্ধকৰণৰ বিৰুদ্ধে শীৰ্ষ আদালতত এগৰাকী মুছলমান সমকামীৰ ঐতিসাহিক বিজয়

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজ্বলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজ্বলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

IMG-20210301-WA0015(1)

সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাৰ ৪৮ ঘন্টীয়া অসহযোগ আন্দোলন

index.jpg

বিধান সভা নির্বাচনৰ বাবে বোকাখাত মহকুমা প্রশাসনৰ প্রস্তুতি : মিডিয়া মনিটৰিং সম্পর্কে স্থানীয় সাংবাদিকৰ সৈতে আলোচনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd