• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চাংসাৰিত দ্ৰুতবেগী বাছৰ খুন্দাত থিতাতে প্ৰাণ গ’ল পিতৃ আৰু কন্যাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 12, 2019 7:48 am

1 min read

Accident

দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ ছবি। উৎস-ইণ্টাৰনেট

3.5k
VIEWS
Share on FacebookShare on Twitter

কামৰূপ জিলাৰ চাংসাৰিত বৃহস্পতিবাৰে নিশা সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত পিতৃ আৰু কন্যাকে ধৰি দুগৰাকী লোক থিতাতে নিহত হয়।

নিহত লোক দুগৰাকীৰ নাম অজয় বসুমতাৰী আৰু মিৰালী বসুমতাৰী বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোত গাড়ীখনৰ চালকগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত চালকগৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

ঘটনাৰ বিৱৰণী অনুসৰি অজয় বসুমতাৰীয়ে কন্যাৰ সৈতে কোকৰাঝাৰৰ পৰা গুৱাহাটী অভিমুখে এখন ফৰচুনাৰ গাড়ীত আহি আছিল। চাংসাৰিৰ ওচৰ পোৱাৰ সময়তে এখন দ্ৰুতবেগী বাছে তীব্ৰ জোৰেৰে তেওঁলোকৰ গাড়ীখনত খুন্দা মাৰে আৰু বাছখনৰ খুন্দাত গাড়ীৰ ভিতৰত থকা অজয় বসুমতাৰী আৰু তেওঁৰ কন্যা মিৰালী বসুমতাৰী থিতাতে মৃত্যু হয়।

আনহাতে, দুৰ্ঘটনাক কেন্দ্ৰ কৰি চাংসাৰিত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন জব্দ কৰাৰ লগতে মৃতদেহ দুটা চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে।

স্থানীয় ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথত দ্ৰুতবেগী বাছ সমূহৰ দৌৰাত্মৰ কথা উল্লেখ কৰি শীঘ্ৰে আৰক্ষী, প্ৰশাসনক এনেধৰণৰ যানবাহনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়।

Recent News

index.jpga

‘পোন্ধৰ বছৰে এয়ুইউডিএফে ধিং সমষ্টিত কৰিব নোৱাৰা কাম মই আঢ়ৈ বছৰত কৰি দেখুৱাম’; ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ

index.jpgkkk

কা সমৰ্থিত বৰাক উপত্যকাতো অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিব ৫ সমষ্টিত

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd