• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পুৰুষ-নাৰীতকৈ শক্তিশালী নেতা হোৱাৰ সক্ষমতা আছে তৃতীয় লিংগৰ ব্যক্তিৰ : কোনে কৰিলে এই মন্তব্য?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 26, 2021 3:24 pm
Anannyah
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুৰুষ আৰু নাৰীতকৈ অধিক শক্তিশালী নেতা হ’ব পাৰিব তৃতীয় লিংগৰ ব্যক্তিয়ে।এই দাবী কৰিছে দক্ষিণ ভাৰতৰ বিধানসভা নিৰ্বাচনৰ প্ৰথমগৰাকী তৃতীয় লিংগৰ প্ৰাৰ্থী অন্যন্যা কুমাৰী এলেক্সে।

২৮ বছৰীয়া অতি সাহসী তৃতীয় লিংগ নেত্ৰী অন্যনাই সমাগত কেৰলা বিধানসভা নিৰ্বাচন ২০২১ত প্ৰতিদ্বন্দ্বিতা কৰিছে।

Apply Now

মেকা আপ আৰ্টিষ্ট, ৰেডিঅ’ জ’কী আৰু নিউজ এংকৰ হিচাপে কৰ্মৰত ট্ৰেঞ্চজেনেণ্ডাৰ নেত্ৰী অন্যন্যাই ৰাজ্যখনৰ মালাপ্পুৰাম জিলাৰ ভেনগাৰা সমষ্টিত ডেম’ক্ৰেটিক চ’ছিয়েল জাষ্টিছ পাৰ্টি(DSJP) দলৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

সংবাদ প্ৰতিষ্ঠান পিটিআইক দিয়া এটা সাক্ষাৎকাৰত অন্যন্যাই কয় যে তৃতীয় লিংগৰ সম্প্ৰদায়টোৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ পায় গৌৰৱাম্বিত হ’লেও তেওঁ ভাৰতত ইতিহাস সৃষ্টি কৰিবলৈ এই নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাই।

“মোৰ এই প্ৰাৰ্থীত্ব হৈছে লিংগ সমতা স্থাপন যুঁজৰ এক অংশহে। ভাল নেতৃত্বই এখন ভাল সমাজ নিৰ্মাণ কৰে। মই নিশ্চিত এগৰাকী ট্ৰেঞ্চজেণ্ডাৰ পুৰুষ আৰু নাৰীতকৈ ভাল নেতা হ’ব পাৰে।” অন্যন্যাই এইদৰে কয়ে।

ইয়াৰ লগতে কোল্লাম জিলাৰ পেৰুমন নামৰ ট্ৰেঞ্চইউমেন এগৰাকীয়ে কয় যে সমাজত ৰূপান্তকাৰী সম্প্ৰদায়ো যে পুৰুষ আৰু মহিলাৰ সমকক্ষ সেইটো তেওঁ প্ৰমাণ কৰিবলৈ বিচাৰে।

আনহাতে নিৰ্বাচনত জয়ী হ’লে অন্যন্যাই মহিলা সুৰক্ষা আৰু কল্যাণৰ লগতে তৃতীয় লিংগৰ সমতা নিশ্চিত কৰিবলৈ বিচাৰিব।

DSJP দলৰ পৰা কেৰলা বিধানসভা নিৰ্বাচনত প্ৰাৰ্থীত্ব লাভ কৰা অন্যন্যাই লগতে কয় যে মূলধাৰা ৰাজনৈতিক দলসমূহে তৃতীয় লিংগৰ লোকক আৰু ১০/১৫ বছৰলৈকে প্ৰাৰ্থীত্ব প্ৰদান নকৰে।

“সকলো মূলধাৰাৰ ৰাজনৈতিক দল লিংগ সমতা আৰু ন্যায় নিশ্চিত কৰাত ব্যৰ্থ হৈছে, বিশেষকৈ নিৰ্বাচনৰ ক্ষেত্ৰত। আনকি মহিলাসকলেই পুৰুষৰ তুলনাত যোগ্য আসন লাভ কৰা নাই; তেনে ক্ষেত্ৰত আমি কি আশা কৰিব পাৰো নেকি যে তেওঁলোকে তৃতীয় লিংগক সমমৰ্যদা দিব?” অন্যন্যাই এইদৰে প্ৰশ্ন কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm
উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am
ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

July 29, 2026 9:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm
উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd