• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শীর্ষ সংবাদ

বিয়পিব পৰা যৌন ৰোগ সম্পৰ্কে জানো আহক

নৰ্থ ইষ্ট নাও, ডেস্ক by নৰ্থ ইষ্ট নাও, ডেস্ক
December 31, 2024 10:20 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যৌনতা আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ। সকলো মানুহেই যৌন সম্পৰ্ক গঢ়িব বিচাৰে। সুস্থ যৌন সম্পৰ্কই আমাৰ জীৱনটোক ৰমণীয় আৰু উপভোগ্য কৰি তোলে। স্বাস্থ্যৰ বাবেও যৌন সম্পৰ্ক অতিকে প্ৰয়োজনীয়।

কিন্তু যৌনতাৰ ক্ষেত্ৰত যদি আমি কিছুমান কথা লক্ষ্য নকৰো তেন্তে ই আমাৰ বাবে স্বাস্থ্যকৰ হোৱাৰ পৰিবৰ্তে স্বাস্থ্যৰ অনিষ্টহে কৰিব পাৰে।

Apply Now

যৌন সম্পৰ্ক এনে এক সম্পৰ্ক যাৰ দ্বাৰা এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ খুব সহজেই কিছুমান ৰোগ বিয়পি যাব পাৰে। এনে কিছুমান ৰোগ আছে যিবোৰ ৰোগত সংক্ৰমিত ব্যক্তিৰ লগত শাৰীৰিক সম্পৰ্ক গঢ়িলে সেই ৰোগ সংগীৰ শৰীৰতো প্ৰৱেশ কৰিব পাৰে।

গতিকে যৌন সম্পৰ্কৰ দ্বাৰ সংক্ৰমিত হ’ব পৰা কেইটামান গুৰুতৰ ৰোগৰ বিষয়ে তলত আলোচনা কৰা হ’ল –

ক্ল’মাইডিয়া : ক্ল’মাইডিয়া হৈছে ক্ল’মাইডিয়া ট্ৰেক’মেটিছ নামৰ বেক্টেৰিয়াৰ দ্বাৰা হোৱা এক সাধাৰণ যৌন সংক্ৰমণ (STI)। ই পুৰুষ আৰু মহিলা উভয়কে আক্ৰান্ত কৰিব পাৰে, আৰু এন্টিবায়টিকৰ দ্বাৰা সহজে চিকিৎসা কৰিব পাৰি। কিন্তু চিকিৎসা নকৰিলে ক্ল’মাইডিয়াই গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে।

গনোৰিয়া: গনোৰিয়া হৈছে এক যৌন সংক্ৰমণ। যিয়ে যৌনাংগ, মলদ্বাৰ, মুখ, ডিঙি, চকু আদিত প্ৰভাৱ পেলাব পাৰে। সাধাৰণতে আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ অহাৰ ১–১৪ দিনৰ পিছত ইয়াৰ লক্ষণ দেখা দিয়ে।

চিফিলিছ : ট্ৰেপনেমা পেলিডাম বেক্টেৰিয়াৰ দ্বাৰা চিফিলিছ ৰোগ হয়। । যৌন সংস্পৰ্শ, তেজ সম্পৰ্ক বা গৰ্ভৱতী মহিলাৰ পৰা ভ্ৰুণলৈ চিফিলিছ সংক্ৰমিত হ’ব পাৰে।

ট্ৰাইক’ম’নিয়াছিছ: ট্ৰাইক’ম’নিয়াছিছ, যাক “ট্ৰিচ” বুলিও কোৱা হয়। ই হৈছে ট্ৰাইক’ম’নাছ ভেজিনেলিছ নামৰ পৰজীৱীৰ দ্বাৰা হোৱা এক যৌন সংক্ৰমণ।

হাৰপিছ ছিমপ্লেক্স ভাইৰাছ (HSV) : এটা দুৰাৰোগ্য কিন্তু চিকিৎসাযোগ্য ৰোগ।

এইচ আই ভি : এইডছৰ বাবে এইচ আই ভি ৰোগ হয়। ই এক দুৰাৰোগ্য কিন্তু চিকিৎসাযোগ্য ৰোগ। যৌন সম্পৰ্কৰ ফলত হ’ব পৰা ই এক ভয়াৱহ ৰোগ।

হিউমেন পেপিলোমা ভাইৰাছ (HPV): ইয়ো এক দুৰাৰোগ্য কিন্তু চিকিৎসাযোগ্য ৰোগ। হিউমেন পেপিলোমা ভাইৰাছ হৈছে ছালত প্ৰভাৱিত কৰি উফি বা কেন্সাৰ সৃষ্টি কৰিব পৰা ভাইৰাছৰ এটা গোট।

হেপাটাইটিছ বি: ই লিভাৰ সম্পৰ্কীয় এক জটিল ৰোগ। এই ৰোগৰ ভেকচিনো পোৱা যায়। চিকিৎসাৰ দ্বাৰা আৰোগ্য হ’ব পাৰি। কিন্তু ই যৌন সম্পৰ্কৰ দ্বাৰা সংক্ৰমিত হ’ব পাৰে।

জিকা : জিকা ভাইৰাছ এবিধ জটিল ৰোগ। ই সাধাৰণতে ম’হৰ দ্বাৰা বিয়পে। কিন্তু সংক্ৰমিত লোকৰ লগত যৌন সম্পৰ্ক কৰিলে ই আন ব্যক্তিৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে।

ইয়াৰ উপৰিও বিভিন্ন বেমাৰ যৌন সম্পৰ্কৰ ফলত আন ব্যক্তিলৈ সংক্ৰমিত হ’ব পাৰে। সেয়ে ৰুগীয়া ব্যক্তিৰ লগত সম্পৰ্ক কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক। বিয়া কৰোৱাৰ আগত স্বামী-স্ত্ৰী উভয়ৰে চিকিৎসা পৰীক্ষা কৰাওক। লগতে সুৰক্ষিত যৌন সম্পৰ্কৰ বাবে কণ্ডম ব্যৱহাৰ কৰক। যিকোনো লক্ষণে দেখা দিলে তৎক্ষণাত চিকিৎসকৰ কাষ চাপক। সুস্থ যৌন সম্পৰ্কৰ আনন্দ লওক।

নৰ্থ ইষ্ট নাও, ডেস্ক

নৰ্থ ইষ্ট নাও, ডেস্ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd