• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিষিদ্ধ হ’ল ৰেপিড’ বাইক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 22, 2020 8:33 pm
Rapido_Bike_Guwahati Rapido responds to Kamrup (M) district transport officer

প্ৰতিনিধিত্বমূলক ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৰিবহণ বিভাগৰ অনুমতি নথকাৰ বাবে নিষিদ্ধ কৰা হ’ল ৰেপিড’ সেৱা!

মহানগৰবাসীৰ মাজত কম সময়ৰ ভিতৰত জনপ্ৰিয় হৈ পৰা আৰু বহুতো যুৱক-যুৱতীয়ে নিজৰ বাইকখনক উপাৰ্জনৰ মাধ্যম কৰি লোৱা ৰেপিড’ বাইক টেক্সি সেৱা আজিৰে পৰা অনিৰ্দিষ্টকাললৈ নিষিদ্ধ কৰা হয়।

Apply Now

মহানগৰীত চলাচলৰ বাবে অনুজ্ঞাপত্ৰ নথকাৰ বাবে কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগে আজি এই ৰেপিড’ বাইক টেক্সী সেৱা নিষিদ্ধ কৰাৰ লগতে কাৰ্য্যালয় চীল কৰি দিয়ে।

নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত এই কথা জানিবলৈ দিয়ে কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া বাপন কলিতাই।

“আজিৰে পৰা মহানগৰীত ৰেপিড’ বাইক-টেক্সি সেৱা নিষিদ্ধ কৰা হৈছে। তেওঁলোকৰ পৰিবহণ বিভাগৰ পৰা কোনোধৰণৰ অনুমতি নাছিল। তেওঁলোকে অনুমতিৰ বাবে ইতিমধ্যে আবেদন জনাইছে, যদি অনুমতি লাভ কৰে তেন্তে চলাব পাৰিব। কোনোধৰণৰ অনুমতি নথকা স্বত্তেও তেওঁলোকৰ ব্যৱসায় চলি আছে। গতিকে আজি আমাৰ নিৰ্দেশত জিলা পৰিবহন বিষয়া কেইগৰাকীমান গৈ ৰেপিড’ৰ কাৰ্য্যালয় চিল কৰেগৈ।” জিলা পৰিবহন বিষয়াগৰাকীয়ে আমাৰ সাংবাদিকৰ আগত কয়।

তেওঁলোকৰ অনুমতি ল’বৰ বাবে পূৰ্বতে নিৰ্দেশনা দিয়া হৈছিল বুলি কলিতাই আমাক জানিবলৈ দি লগতে কয় “কিন্তু কোনোধৰণৰ অনুমতি নোলোৱাৰ বাবে আজিৰে পৰা চাৰ্ভিছটো অনিৰ্দিষ্টকাললৈ বন্ধ কৰি দিয়া হৈছে।”

এই সন্দৰ্ভত ৰেপিড’ সেৱাৰ সৈতে জৰিত এক উচ্চস্তৰীয় সূত্ৰই আমাৰ আগত কয় “দুচকীয়া বাহনৰ ক্ষেত্ৰত এনেধৰণৰ অনুমতি ল’বলগীয়া কোনো নিয়ম নাই। প্ৰথমতে চৰকাৰৰ হাতত এনেধৰণৰ আইন থাকিব লাগিব।”

তাৎপৰ্য্যপূৰ্ণভাৱে যোৱাবৰ্ষৰ আগষ্ট মাহতে ৰেপিড’ কতৃপক্ষই অনুমতি পত্ৰ বিচাৰি পৰিবহণ বিভাগৰ ওচৰত আবেদন দাখিল কৰা বুলি দাবী কৰাৰ লগতে পৰিবহণ বিভাগে কোনোধৰণৰ গুৰুত্ব দিয়া নাই বুলি সূত্ৰটোৱে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm
বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm
মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm
বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd