• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্জীয়কক শাৰীৰিকভাৱে অপদস্থ,বঙাইগাঁৱত পৰিবহন বিষয়াৰ কৰ্মচাৰীৰ কৰ্ম বিৰতিৰে প্ৰতিবাদ

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
November 3, 2021 8:57 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ পৰিবহন বিভাগৰ দিছপুৰৰ আয়ুক্ত কাৰ্যালয়ত অতিৰিক্ত আয়ুক্ত ডাঃ সাদনেক সিঙে তেওঁৰ কাৰ্যালয়ৰ পঞ্জীয়ক পদত কৰ্মত কৰ্মচাৰী প্ৰদীপ সেনাপতিক কাৰ্যালয় কক্ষত শাৰীৰিকভাৱে অপদষ্ট কৰা কাৰ্যৰ প্ৰতিবাদ জনাই বুধবাৰে বঙাইগাঁৱত জিলা পৰিবহন বিষয়াৰ কৰ্মচাৰীসকলে কৰ্মবিৰতি কাৰ্যসূচী পালন কৰে ৷

সদৌ অসম চৰকাৰী জিলা পৰিবহন কৰ্মচাৰী সন্থাৰ আহ্বানত বঙাইগাঁও জিলা পৰিবহন বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰীসকলে কৰ্মবিৰতিৰে পালন কৰা প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম আমোলা সন্থাৰ সাধাৰণ সম্পাদক তথা বঙাইগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি সত্য নাৰায়ণ ৰায়কে ধৰি কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়াসকলেও উপস্থিত থাকি সহযোগ কৰে ৷

ইপিনে অতিৰিক্ত আয়ুক্তগৰাকীয়য়ে পঞ্জীয়ক প্ৰদীপ সেনাপতিক কাৰ্যালয় কক্ষতে নানা অকথ্য বাক্যৰে গালি গালাজ কৰাতে ক্ষান্ত নাথাকি শাৰীৰিকভাবে অপদস্থ কৰা কাৰ্যক সদৌ অসম আমোলা সন্থাৰ সাধাৰণ সম্পাদক তথা বঙাইগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি সত্যনাৰায়ণ ৰায়ে গৰিহণা দিছে ৷

Apply Now

লগতে বিষয়াৰ দ্বাৰা তলতীয়া কৰ্মচাৰীৰ ওপৰত হোৱা নিৰ্যাতনক তীব্ৰ বিৰোধিতা কৰে আৰু সকলো বিষয়াকে সংযতভাৱে তেওঁলোকৰ তলতীয়া কৰ্মচাৰীসকলক সৎ ব্যৱহাৰৰ জৰিয়তে কৰ্মচাৰীসকলৰ কৰ্মস্পৃহা দৃঢ় আৰু বৃদ্ধি কৰাৰ বাবে সকলোকে অনুৰোধ জনায় ৷

তেওঁ লগতে ৰাজ্যখনৰ সকলো বিষয়ালৈ অনুৰোধ জনাই কয় যে কৰ্মচাৰী নিগৃত হোৱা ঘটনাটোৱে যাতে শেষ ঘটনা হয় তাৰ বাবেও সকলোকে অনুৰোধ জনায় ৷ সভাপতিগৰাকীয়ে এজন বিষয়াৰ মইমতালীৰ বাবে এটা দিনত অসম চৰকাৰে বহু ৰাজহ সংগ্ৰহ কৰাত ব্যৰ্থ হ’বলগীয়া হয় বুলি কৈ বিভিন্ন কামৰ বাবে পৰিবহন বিষয়াৰ কাৰ্যালয়লৈ অহা ৰাইজৰ কাম কৰ্মবিৰতিৰ কাৰ্যসূচীৰ বাবে কৰিব নোৱাৰাত যি অসুবিধা ভোগ কৰিবলগীয়া হয় তাৰ বাবে দুখ প্ৰকাশ কৰে ৷

আনাহাতে জিলা পৰিবহন কৰ্মচাৰী সন্থা তথা জিলা কৰ্মচাৰী পৰিষদৰো সাংগঠনিক সম্পাদক সুভাষ দৈমাৰীয়েও অতিৰিক্ত আয়ুক্তগৰাকীয়ে পঞ্জীয়কক অপস্থ কৰা ঘটনাক গৰিহণা দি বিষয়াসকলৰক তলতীয়া কৰ্মচাৰীসকলৰ প্ৰতি ব্যৱহাৰ সংযত কৰাৰ বাবে চৰকাৰক নিৰ্দেশনা জাৰি কৰিবলৈ অনুৰোধ জনায় ৷

লগতে আগলৈ যাতে এনে ঘটনা সংঘটিত নকৰে তাৰ বাবে সকীয়নি প্ৰদান কৰে ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নদীৰ নায়ক বিট্টু তাবাহি

নদীৰ নায়ক বিট্টু তাবাহি

September 7, 2026 7:28 pm
জাতিগত সংঘৰ্ষৰ পাছত মণিপুৰৰ ভোটাৰ তালিকাত ব্যাপক পৰিৱৰ্তন; ছিকিমকে ধৰি বাদ পৰিল ১.৮৬ লাখ নাম

জাতিগত সংঘৰ্ষৰ পাছত মণিপুৰৰ ভোটাৰ তালিকাত ব্যাপক পৰিৱৰ্তন; ছিকিমকে ধৰি বাদ পৰিল ১.৮৬ লাখ নাম

September 7, 2026 6:48 pm
সময়সীমা বৃদ্ধিৰ আবেদন নাকচ: ‘দিন-ৰাতি একাকাৰ কৰি কাম কৰক’, আৰাৱলী কমিটীলৈ সৰ্বোচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

সময়সীমা বৃদ্ধিৰ আবেদন নাকচ: ‘দিন-ৰাতি একাকাৰ কৰি কাম কৰক’, আৰাৱলী কমিটীলৈ সৰ্বোচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

September 7, 2026 5:30 pm
হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

September 7, 2026 3:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নদীৰ নায়ক বিট্টু তাবাহি

নদীৰ নায়ক বিট্টু তাবাহি

September 7, 2026 7:28 pm
জাতিগত সংঘৰ্ষৰ পাছত মণিপুৰৰ ভোটাৰ তালিকাত ব্যাপক পৰিৱৰ্তন; ছিকিমকে ধৰি বাদ পৰিল ১.৮৬ লাখ নাম

জাতিগত সংঘৰ্ষৰ পাছত মণিপুৰৰ ভোটাৰ তালিকাত ব্যাপক পৰিৱৰ্তন; ছিকিমকে ধৰি বাদ পৰিল ১.৮৬ লাখ নাম

September 7, 2026 6:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd