• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

“Travesty of Justice”: দলিত ছাত্ৰৰ বাবে IIT ৰ দুৱাৰ মুকলি কৰি এইদৰে ক’লে উচ্চতম ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 23, 2021 4:21 pm
Supreme Court Opening IIT Gates To Dalit Boy
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ শীৰ্ষ প্ৰযুক্তি বিদ্যা শিক্ষানুষ্ঠান ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজী চমুকৈ IIT ত আসন হেৰুৱাবলৈ ওলোৱা এজন ১৭ বছৰীয়া দলিত ছাত্ৰক সকাহ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। ইয়াৰ পূৰ্বে ছাত্ৰজনে বোম্বাই উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদন ন্যায়ালয়ে প্ৰত্যাহাৰ কৰিছিল।

সোমবাৰে শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কয় যে যদি ছাত্ৰজনক নামভৰ্তিৰ পৰা বঞ্চিত কৰা হয় আৰু দেশৰ সৰ্বোচ্চ আইন আদালতৰ পৰাও সহায় লাভত তেওঁ বিফল হয় তেতিয়া ই ন্যায়ৰ প্ৰহসন হ’ব।

উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ বাসিন্দা প্ৰিন্স জয়বীৰ সিঙে IIT বোম্বেত শিক্ষা লাভৰ বাবে নিৰ্বাচিত হৈছিল। কিন্তু তেওঁ ১৫,০০০ টকা গ্ৰহণমাচুল অনলাইন যোগে পৰিশোধ কৰিবলৈ অক্ষম হৈছিল।

Apply Now

কিন্তু পিছত তেওঁ ভগ্নীৰ সহায়ত মাচুল পৰিশোধৰ চেষ্টা কৰে যদিও ৱেবছাইটত কাৰিকৰী বিজুতিৰ দ্বাৰা বাধাগ্ৰস্ত হৈছিল। মাচুল পৰিশোধৰ বাবে তেওঁ IIT খড়গপুৰলৈও যোৱা বুলি ছাত্ৰজনে উল্লেখ কৰে।

কিন্তু তাৰ পিছতো তেওঁ বিফল হোৱাত মুম্বাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও ন্যায়ালয়ে তেওঁৰ আবেদন নাকচ কৰে। উপায়ন্তৰ হৈ তেওঁ উচ্চতম ন্যায়ালয়ৰ কাষ চাপে।

সোমবাৰে শীৰ্ষ আদালতে IIT ক 48 ঘণ্টাৰ ভিতৰত ছাত্ৰজনৰ বাবে এখন আসন আৱণ্টন কৰিবলৈ নিৰ্দেশ দিয়ে।

“এই শিক্ষাৰ্থীজনৰ বাবে এখন আসন সৃষ্টি কৰক। অৱশ্যে নিশ্চিত কৰক যাতে ইয়াৰ বাবে ইতিমধ্যে ভৰ্তি হোৱা আন কোনো শিক্ষাৰ্থী বিপদত নপৰে।” আদালতে কয়।

দুই ন্যায়াধীশৰ বিচাৰপীঠৰ অংশ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয়, “আদালতৰ সন্মুখত এজন যুৱ দলিত ছাত্ৰ আছে যি IIT বোম্বাইত তেওঁৰ মূল্যৱান আসন হেৰুওৱাৰ পথত আছে। এজন যুৱ দলিত শিক্ষাৰ্থীক মাচুল পৰিশোধ নকৰাৰ বাবে নামভৰ্তি কৰিবলৈ অস্বীকাৰ কৰা আৰু উচ্চতম ন্যায়ালয়ৰ পৰাও এইক্ষেত্ৰত নিৰাশ কৰাটো ন্যায়ৰ এক গুৰুতৰ প্ৰহসন হ’ব।”

প্ৰিন্স তেওঁৰ বংশ-পৰিয়ালৰ পৰা IIT ত প্ৰৱেশ কৰা প্ৰথম জন ছাত্ৰ। উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছত প্ৰিন্সে কয়, “IIT সদায় মোৰ সপোন হৈ আহিছে। মোৰ জীৱনৰ লক্ষ্য হৈছে প্ৰতিৰক্ষা প্ৰযুক্তিৰ ক্ষেত্ৰত এক দক্ষতা বিকাশ কৰা। মই ভাৰতৰ প্ৰতিৰক্ষা খণ্ডৰ আধুনিকীকৰণ কৰিব বিচাৰোঁ যাতে আমি আগতীয়া যুঁজাৰু বিমান আৰু অন্যান্য সামৰিক সঁজুলিত ব্যৱহৃত বিভিন্ন অত্যাধুনিক অংশ আমদানি কৰিবলৈ আন ৰাষ্ট্ৰসমূহৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মই আগেয়ে ভাবিছিলো…’, বাঁকিপুৰত প্ৰশান্ত কিশোৰৰ জয়ৰ পিছত কি ক’লে অসমীয়া পত্নী জাহ্নৱীয়ে?

‘মই আগেয়ে ভাবিছিলো…’, বাঁকিপুৰত প্ৰশান্ত কিশোৰৰ জয়ৰ পিছত কি ক’লে অসমীয়া পত্নী জাহ্নৱীয়ে?

August 4, 2026 11:31 am
৩ বছৰত দেশত বন্ধ হৈছে শ শ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান! আন্তঃগাঁথনিৰ অভাৱ, কেন্দ্ৰৰ তথ্যক লৈ উদ্বেগ

৩ বছৰত দেশত বন্ধ হৈছে শ শ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান! আন্তঃগাঁথনিৰ অভাৱ, কেন্দ্ৰৰ তথ্যক লৈ উদ্বেগ

August 4, 2026 10:19 am
পাকিস্তানৰ ৩০ সন্ত্ৰাসবাদীক হত্যা’! ভাৰতীয় এজেণ্টৰ নিখুঁত অভিযান, লস্কৰ কমাণ্ডাৰৰ চাঞ্চল্যকৰ দাবী!

পাকিস্তানৰ ৩০ সন্ত্ৰাসবাদীক হত্যা’! ভাৰতীয় এজেণ্টৰ নিখুঁত অভিযান, লস্কৰ কমাণ্ডাৰৰ চাঞ্চল্যকৰ দাবী!

August 4, 2026 9:15 am
মেচ ফিক্সিঙৰ চেষ্টা, তদন্তৰ সময়ত প্ৰমাণ ধ্বংস! ৮ বছৰৰ নিষেধাজ্ঞাৰ সন্মুখীন হ’ল এইগৰাকী ক্ৰিকেটাৰ

মেচ ফিক্সিঙৰ চেষ্টা, তদন্তৰ সময়ত প্ৰমাণ ধ্বংস! ৮ বছৰৰ নিষেধাজ্ঞাৰ সন্মুখীন হ’ল এইগৰাকী ক্ৰিকেটাৰ

August 4, 2026 8:29 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মই আগেয়ে ভাবিছিলো…’, বাঁকিপুৰত প্ৰশান্ত কিশোৰৰ জয়ৰ পিছত কি ক’লে অসমীয়া পত্নী জাহ্নৱীয়ে?

‘মই আগেয়ে ভাবিছিলো…’, বাঁকিপুৰত প্ৰশান্ত কিশোৰৰ জয়ৰ পিছত কি ক’লে অসমীয়া পত্নী জাহ্নৱীয়ে?

August 4, 2026 11:31 am
৩ বছৰত দেশত বন্ধ হৈছে শ শ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান! আন্তঃগাঁথনিৰ অভাৱ, কেন্দ্ৰৰ তথ্যক লৈ উদ্বেগ

৩ বছৰত দেশত বন্ধ হৈছে শ শ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান! আন্তঃগাঁথনিৰ অভাৱ, কেন্দ্ৰৰ তথ্যক লৈ উদ্বেগ

August 4, 2026 10:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd