• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাল্যকালতে বিয়াত বহা দুই বৃক্ষৰ যুগ্ম জীৱনৰ ১৬টা বছৰত প্ৰৱেশ ||গুৱাহাটী

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , October 9, 2019 7:30 pm

1 min read

Tree couple's marriage anniversary held in Guwahati

বিবাহ বাৰ্ষিকী উদযাপন কৰা গছ দুজোপা। ছবি- নৰ্থইষ্ট নাও।

4k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীত বাল্যকালতে বিবাহপাশত আবদ্ধ হোৱা দুই বৃক্ষই বুধবাৰে ভৰি দিছে যুগ্ম জীৱনৰ ষষ্ঠদশ বছৰত।

ভঙাগড়ৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ সমীপতে বুধবাৰে গছ দুজোপাৰ পঞ্চদশ বিবাহ বাৰ্ষিকী সম্পন্ন হৈছে।

২০০৪ চনৰ আজিৰ দিনটো (৯ অক্তোবৰ)তে বিবাহপাশত আবদ্ধ হৈছিল বৰ আৰু আহত গছ দুজোপা।

গছ দুজোপাৰ বিয়া পাতি দিয়া অভিভাৱক দেৱকান্ত দাসে দুই বৃক্ষৰ অনুগামীসকলৰ সহযোগত বিবাহ বাৰ্ষিকী অনুষ্ঠানটিৰ আয়োজন কৰে।

বাৰ্ষিকী উপলক্ষে ভক্তসকলে গছ দুজোপাৰ গুৰিত চাকি-ধূপ-ধূনাৰে পূজা-অৰ্চনা কৰাৰ লগতে নাম-প্ৰসংগতো অংশগ্ৰহণ কৰে।

গছ দুজোপাক আলম কৰি মহেশ ত্ৰিধাৰী নামৰ এখন আশ্ৰমো গঢ় লৈ উঠিছে।

গছ দুজোপাৰ বিবাহ বাৰ্ষিকীক লৈ অভিভাৱক দাস নষ্টালজিক হৈ পৰে। এগৰাকী তান্ত্ৰিকৰ কথা মতে সিহঁতৰ বিয়া পাতি দিছিলো, তেওঁ জনায়।

“গছ দুজোপাৰ বয়স বৰ্তমান ৩২ বছৰ। তান্ত্ৰিক এজনে মোক কৈছিল যে এই গছ দুজোপাৰ বিয়া পাতি দিলে আপোনাৰ মঙ্গল হ’ব। ২০০৪ চনৰ অষ্টমী তিথিৰ দিনা বিয়া পাতি দিয়া হৈছিল, সেইদিনা আছিল ৯ অক্টোবৰ,” দাসে কয়।

তেওঁ লগতে কয় যে “গছ থাকিলেহে মানুহ থাকিব” কথাষাৰ মানিয়েই তেওঁ ইমান বছৰে গছ দুজোপা লালন-পালন কৰি আহিছে।

Recent News

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

মূল্য বৃদ্ধিৰ বিৰুদ্ধে দদৰাত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ; হাজো-গুৱাহাটী ঘাইপথ অৱৰোধ

মূল্য বৃদ্ধিৰ বিৰুদ্ধে দদৰাত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ; হাজো-গুৱাহাটী ঘাইপথ অৱৰোধ

নতুন বৰ্ষত কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰলৈ আশাৰ সঞ্চাৰ কঢ়িয়াইছে বিভিন্ন স্থানৰ পৰ্যটকে

নতুন বৰ্ষত কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰলৈ আশাৰ সঞ্চাৰ কঢ়িয়াইছে বিভিন্ন স্থানৰ পৰ্যটকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd