• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ঘৰৰ ভেটি বেংকে অধিগ্ৰহণ কৰাৰ সময়তে এইজন লোকে লাভ কৰিলে ১২ কোটি টকাৰ লটাৰী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 15, 2020 10:03 am

1 min read

51b7192a9218bfb7e39d0c3b503f9270

পৰিয়ালৰ সৈতে ৰাজন পেৰুনন।

6.4k
VIEWS
Share on FacebookShare on Twitter

মানুহৰ জীৱনলৈ ভাগ্যৰ পৰিৱৰ্তন কিদৰে আহে সেয়া দেখিলেহে বুজা যায়। এনে এক ঘটনাই ঘটিছে কেৰালাৰ কান্নুৰ জিলাত।

জিলাখনৰ জনজাতি সম্প্ৰদায়ৰ এজন দৈনিক হাজিৰা কৰা শ্ৰমিকে অলপতে কেৰালা চৰকাৰৰ খ্ৰীষ্টমাছ –নৰ্ৱবৰ্ষৰ বাম্পাৰ লটাৰীত ১২ কোটি টকাৰ পুৰষ্কাৰ লাভ কৰে।

যোৱা সোমবাৰে বিয়লি ৰাজ্যখনৰ ৰাজধানী থিৰুৱনন্তপুৰমত এই লটাৰী বিজয়ৰ কথা ঘোষণা কৰা হয়।

বাতৰি অনুসৰি, মালুৰ পঞ্চায়তৰ কুৰিষ্যা কল’নিত বাস কৰা ৰাজন পেৰুনন নামৰ লোকজনে কান্নুৰ জিলাৰ এখন চহৰ কুথুপাৰম্বুৰ এজন লটাৰী বিক্ৰেতাৰ পৰা ২৬৯৬০৯ নম্বৰৰ বিজয়ী টিকটটো ক্ৰয় কৰিছিল।

মঙলবাৰে পুৱাৰ ভাগত ৰাজনে তেওঁৰ পৰিয়ালৰ সৈতে এটা স্থানীয় কোঅপাৰেটিভ বেংকত গৈ ধন জমা কৰাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিবলৈ বিজয়ী টিকটটো অৰ্পন কৰে।

আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথাটো হৈছে ৰাজনে এনে এক সময়ত ১২ কোটি টকীয়া লটাৰী লাভ কৰিছে, যিসময়ত তেওঁ থকা ঘৰটোৱে ঋণৰ ধন ঘুৰাব নোৱাৰাৰ বাবে বেংকৰ হাতলৈ গুচি গৈছে।

তেওঁ গৃহ নিৰ্মাণ আৰু কন্যাৰ বিবাহৰ বাবে এটা ঋণ লৈছিল। কিন্তু ঋণটো পৰিশোধ কৰিব নোৱাৰাৰ বাবে ঘৰটো বন্ধকত গুচি যায়।

এনেধৰণৰ ঘটনা মাত্ৰ কিছুমান লোকৰ ক্ষেত্ৰতহে ঘটে যিসকল প্ৰকৃততেই  ভাগ্যৱান আৰু যাৰ প্ৰাৰ্থনাৰ ফল লাভ হয়।

Recent News

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

navbharat-times

ডিজিটাল হ’ল ভোটাৰ কাৰ্ড: কিদৰে ডাউনলোড কৰিব E-EPIC ভোটাৰ কাৰ্ড? জানক প্ৰতিটো পদক্ষেপ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd