DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ত্ৰিকুট পাহাৰত ৰোপৱে’ দুৰ্ঘটনাত দুই মহিলা পৰ্যটককে ধৰি তিনিজনৰ মৃত্যু

এতিয়াও কেবিনতে আবদ্ধ হৈ আছে ৪৮ গৰাকী পৰ্যটক

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
April 11, 2022 12:27 pm
ত্ৰিকুট পাহাৰত ৰোপৱে’ দুৰ্ঘটনাত দুই মহিলা পৰ্যটককে ধৰি তিনিজনৰ মৃত্যু
197
VIEWS
Share on FacebookShare on Twitter

এক ভয়ংকৰ দুৰ্ঘটনাই জোকাৰি গ’ল ঝাৰখণ্ডক।

ঝাৰখণ্ডৰ দেওঘৰ জিলাৰ বাবা বৈদ্যনাথ মন্দিৰৰ ওচৰৰ ত্ৰিকুট পাহাৰত ৰোপৱে’ দুৰ্ঘটনাত দুগৰাকী মহিলা পৰ্যটককে ধৰি তিনিজনে মৃত্যুক সাৱটি লয়।

দুখন ‘কেব’ল কাৰ’ৰ মাজত সংঘৰ্ষ হোৱাৰ ফলতে থিতাতে মহিলা পৰ্যটক দুগৰাকীৰ মৃত্যু ঘটাৰ লগতে এজনৰ পিছত মৃত্যু হয়।

এই ঘটনাত ৮ গৰাকী পৰ্যটক আহত হৈছে। এতিয়াও কেবিনতে আবদ্ধ হৈ আছে ৪৮ গৰাকী পৰ্যটক।

ভাৰতীয় সেনা, ভাৰতীয় বায়ু সেনা, আইটিবিপি আৰু এনডিআৰএফৰ দলে উদ্ধাৰ অভিযানত নামি পৰিছে।

ৰোপৱে’ত আৱদ্ধ হৈ থকা লোকসকলৰ উদ্ধাৰ অভিযানত দুখন এমআই-১৭ হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে।

কাৰিকৰী বিজুতিৰ বাবেই দুখন কেব’ল কাৰৰ মাজত খুন্দা লাগে বুলি ধাৰণা কৰা হৈছে।

বাবা বৈদ্যনাথ মন্দিৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰৈত থকা ৰোপৱে’টো প্ৰায় ৭৬৬ মিটাৰ দীঘল।

৩৯২ মিটাৰ ওখ পাহাৰ খনত দীৰ্ঘ দিনৰে পৰা ৰোপৱে’ চলি আহিছে।

ৰোপৱে’টোত ২৫ টা কেবিন আছে। প্ৰতিটো কেবিনত চাৰিজনকৈ মানুহ বহিব পাৰে।

Recent News

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

filmmaker Avinash Das booked

আইএএছ বিষয়াৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহৰ ফটো শ্বেয়াৰ কৰি গ্ৰেপ্তাৰ হ’ল চলচ্চিত্ৰ নিৰ্মাতা অৱিনাশ দাস

বানে খহাই নিলে মঙলদৈ ভুটিয়াচাং পথৰ এটা অংশ, যাতায়াত বিঘ্নিত হৈ পৰাৰ আশংকা

বানে খহাই নিলে মঙলদৈ ভুটিয়াচাং পথৰ এটা অংশ, যাতায়াত বিঘ্নিত হৈ পৰাৰ আশংকা

reservation in india

প্ৰতিনিধিত্বমূলক অংশগ্ৰহণৰ সুযোগেই “সংৰক্ষণ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd