• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাত দ্বিতীয় গৰাকী ব্যক্তি ক’ৰ’না প’জিটিভ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 10, 2020 8:39 pm

1 min read

images.jpeg-2(1)

প্ৰতিনিধিত্বমূলক ফটো

470
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে ত্ৰিপুৰাত দ্বিতীয় গৰাকী ক’ৰ’না পজিটিভি ৰোগী ধৰা পৰে।

ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে এই সম্পৰ্কে টুইটাৰত উল্লেখ কৰি আক্ৰান্ত ৰোগী গৰাকী মধ্য প্ৰদেশৰ ৩২ বছৰীয়া এগৰাকী ব্যক্তি বুলি জানিবলৈ দিয়ে।

নৰ্থ ত্ৰিপুৰাত বাস কৰা লোক গৰাকীয়ে ত্ৰিপুৰাৰ প্ৰথম গৰাকী কোভিদ-১৯ ৰোগীৰ লগত একেলগে একেখন ৰে’লগাড়ীত ভ্ৰমণ কৰিছিল বুলি মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে উল্লেখ কৰে।

‘’এলাৰ্ট! ত্ৰিপুৰাত আৰু এগৰাকী কোভিদ-১৯ প’জিটিভ ৰোগী ধৰাত পৰিছে। ইয়াৰ লগে লগে মুঠ আক্ৰান্তৰ সংখ্যা হয় দুগৰাকী,’’ মুখ্য মন্ত্ৰী দেৱে টুইটাৰত এইদৰে লিখে।

আনহাতে, ৰাজ্যখনত ক’ৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা দুগৰাকীলৈ বৃদ্ধি পোৱাৰ পাছত মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে জনসাধাৰণক সতৰ্ক হৈ ঘৰত থাকিবলৈ অনুৰোধ জনাই চৰকাৰৰ সৈতে সহযোগিতা কৰাৰ বাবে কয়।

উল্লেখযোগ্য যে, ৬ এপ্ৰিলত ত্ৰিপুৰাত প্ৰথম গৰাকী ক’ৰ’না ভাইৰাছত আক্ৰান্ত ব্যক্তি ধৰা পৰিছিল।

Tags: COVID-19

Recent News

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd