• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিপ্ৰা: খিলঞ্জীয়া অৰাজনৈতিক দল গঠন কা-বিৰোধী ত্ৰিপুৰী ৰাজকুমাৰৰ

দেব বাৰ্মাৰ পূৰ্ব পুৰুষে ভাৰত স্বাধীন হোৱাৰ পূৰ্বৰে পৰা বংগৰ দুৰ্ভগীয়া শৰণাৰ্থীসকলক ত্ৰিপুৰাত আশ্ৰয়দান কৰিছিল।

এন ই নাও নিউজ by এন ই নাও নিউজ
December 25, 2019 8:55 pm
Tripura royal scion floats non-political party, to fight against CAA
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিপ্ৰা: The Indigenous Progressive Regional Alliance, নাগৰিকত্ব (সংশোধন) আইন ২০১৯ বিৰোধিতাৰ মাজত ত্ৰিপুৰী ৰাজকুমাৰ প্ৰদ্যোত কিশোৰ মানিক্য দেব বাৰ্মাই গঠন কৰিছে এই খিলঞ্জীয়া আঞ্চলিক “অৰাজনৈতিক” দল।

কিছুদিন পূৰ্বে কংগ্ৰেছ ত্যাগ কৰা দেব বাৰ্মাই মঙলবাৰে উজ্জয়ন্ত পেলেচত ত্ৰিপুৰাৰ বিভিন্ন জনজাতীয় নেতাসকলৰ লগত এক বৈঠকৰ পিছত দলটো গঠনৰ কথা ঘোষণা কৰিছে।

Apply Now

নতুন “অৰাজনৈতিক” দলটোৱে বিতৰ্কিত কা-ৰ বিৰোধ কৰিব আৰু মূলতঃ ত্ৰিপুৰী জনজাতিসকলৰ আৰ্থ-সামাজিক উন্নতিৰ বাবে কাম কৰিব, তেওঁ জনায়।

কা-ৰ বিৰোধিতাৰে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ত দাখিল কৰা ৬০খন লেখ আৱেদনৰ ভিতৰত দেব বাৰ্মাৰখনো আছে আৰু সেয়া আদালতে গ্ৰহণ কৰিছে।

নিজকে বৰ্তমান ৰাজনৈতিকভাৱে “নিবনুৱা” বুলি পৰিচয় দিয়া দেব বাৰ্মাই দীৰ্ঘদিনধৰি নিজ ৰাজ্যত সংখ্যালঘুত পৰিণত হোৱা ত্ৰিপুৰীসকলৰ অধিকাৰ আৰু সুৰক্ষাৰ বাবে মাত মাতি আহিছে।

দেব বাৰ্মাই জনোৱামতে, সদ্যগঠিত দলটোৱে অহা ৮ জানুৱাৰিত আগৰতলাত কা-ৰ বিৰোধিতাৰে এক সমাৱেশ অনুষ্ঠিত কৰিব।

দেব বাৰ্মাৰ পূৰ্ব পুৰুষে ভাৰত স্বাধীন হোৱাৰ পূৰ্বৰে পৰা বংগৰ দুৰ্ভগীয়া শৰণাৰ্থীসকলক ত্ৰিপুৰাত আশ্ৰয়দান কৰিছিল।

ত্ৰিপুৰা চামিল চুক্তি অনুসৰি ১৯৪৯ চনৰ ৯ চেপ্তেম্বৰত ৰজাশাসিত দেশখন নকৈ স্বাধীন ভাৰতৰ সৈতে যোগ হৈছিল।

দেব বাৰ্মাৰ ককাক, ত্ৰিপুৰাৰ তদানীন্তন মহাৰাজা ১৩ বছৰীয়া কিৰিত বিক্ৰম কিশোৰ দেব বাৰ্মা আৰু ভাৰতৰ গৱৰ্নৰ জেনেৰেলৰ মাজত এই চুক্তি সম্পাদন হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd