• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজস্থানত কংগ্ৰেছৰ সংকট: ধৈৰ্য ধৰাৰ সময় নাই পাইলটৰ! নিশা বিধায়কৰ সৈতে বৈঠক গেহলটৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 13, 2020 8:31 am
nvb82hnxSItEHRe2nnm9

ৰাজস্থানৰ মুখ্য মন্ত্ৰী অশোক গেহলটৰ সৈতে উপ মুখ্য মন্ত্ৰী শচীন পাইলট। ফটো সৌজন্য: নিউজ নেশ্যন

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য মন্ত্ৰী আৰু উপ মুখ্য মন্ত্ৰীৰ সংঘাতৰ ফলত ৰাজস্থানত সংকটৰ সন্মুখীন হৈছে কংগ্ৰেছ। মধ্য প্ৰদেশৰ দৰে ৰাজস্থানো কংগ্ৰেছৰ হাতৰ পৰা গুচি চোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

দেওবাৰে বহুকেইগৰাকী মন্ত্ৰী-বিধায়কে মুখ্য মন্ত্ৰী অশোক গেহলটৰ বাসভৱনলৈ গৈ নিজৰ সমৰ্থনৰ কথা প্ৰকাশ কৰিছে।

Apply Now

ইপিনে, জয়পুৰৰ পৰা আহি দিল্লীত বাহৰ পাতিছে ৰাজস্থান প্ৰদেশ কংগ্ৰেছৰ সভাপতিকে ধৰি উপ মুখ্য মন্ত্ৰী শচীন পাইলটৰ কেইবাগৰাকীও অনুগামী বিধায়কে।

মুখ্য মন্ত্ৰী অশোক গেহলটে শনিবাৰে ৰাজস্থানৰ নিৰ্বাচিত চৰকাৰখন ভঙাৰ ,ড়যন্ত্ৰ চলোৱা বুলি বিজেপিৰ বিৰুদ্ধে অভিযোগ তুলিছিল।

কংগ্ৰেছ ভাঙিবলৈ বিজেপিয়ে শাসকীয় দলৰ বিধায়কক কোটি কোটি টকা উপঢৌকন তথা বিভিন্ন সা-সুবিধাৰ প্ৰলোভন দিয়া বুলি তেওঁ অভিযোগ কৰে।

আনহাতে বিজেপি এই অভিযোগ খণ্ডন কৰি মুখ্য মন্ত্ৰী আৰু উপ মুখ্য মন্ত্ৰীৰ সংঘাতৰ ফলত ৰাজ্যখনত উন্নয়ন স্থবিৰ হৈ পৰা বুলি মন্তব্য কৰে।

উল্লেখ্য যে ৰাজ্যত কংগ্ৰেছ চৰকাৰ ভঙাৰ ষড়যন্ত্ৰ সম্পৰ্কে ভাষ্য দিবলৈ যোৱা শুকুৰবাৰে গেটলট, শচীন পাইলট আৰু শাসকীয় দলটোৰ মুখ্য সচেতকক ৰাজস্থান আৰক্ষীয়ে জাননী জাৰি কৰিছিল।

ইয়াৰ পাছতে ৰাজস্থানত মুখ্য মন্ত্ৰী আৰু উপ মুখ্য মন্ত্ৰীৰ সংঘাতে নতুন ৰূপত আত্মপ্ৰকাশ কৰে।

শচীন পাইলটৰ শিবিৰে আৰক্ষীৰ জাননী প্ৰেৰণৰ বিষয়টোক সহজভাৱে লোৱা নাই আৰু ইয়াক এক অপমান হিচাপে গণ্য কৰিছে।

মুখ্য মন্ত্ৰী গেহলটে অৱশ্যে আৰক্ষীৰ জাননীৰ বিষয়টো বিশেষ গুৰুত্বপূৰ্ণ নহয় বুলি দাবী কৰি আন বহুতৰ লগতে প্ৰদেশ কংগ্ৰছৰ সভাপতি আৰু শচীন পাইলটৰ তালৈও গৈছিল বুলি সদৰী কৰে।

ইপিনে, ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰখন বচাবলৈ তৎপৰ হৈ পৰিছে ৰাহুল গান্ধী। ৰাজ্যখনৰ উপ মুখ্য মন্ত্ৰী শচীন পাইলটক দিল্লীলৈ মাতি পঠিয়াইছে। বিধায়কসকলৰ সৈতেও কথা পাতিবলৈ আগ্ৰাহ প্ৰকাশ কৰিছে ৰাহুলে।

ইপিনে, দেওবাৰে নিশা মুখ্য মন্ত্ৰীয়ে বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত কৰি সংকটৰ পৰা উদ্ধাৰৰ সমাধান সূত্ৰ উলিওৱাৰ চেষ্টা কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd