• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ট্ৰাম্পৰ দাবী: ৰাছিয়াৰ পৰা তেল আমদানি বন্ধ কৰিব ভাৰতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 16, 2025 9:54 am
38
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰিছে যে ভাৰতে অতি সোনকালে ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰিব বুলি প্ৰতিশ্ৰুতি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ এই পদক্ষেপক ইউক্ৰেইনৰ যুদ্ধৰ বাবে মস্কোৰ ধন কৰ্তনৰ দিশত এক “বৃহৎ পদক্ষেপ” বুলি অভিহিত কৰে।

হোৱাইট হাউছত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে ভাৰতে তেল ক্ৰয় কৰাত মই সুখী হোৱা নাছিলো, আৰু ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰে বুলি মোদীয়ে আশ্বাস প্ৰদান কৰিলে ।” তেওঁ আৰু কয় যে মোদীয়ে তৎক্ষণাত আমদানি বন্ধ কৰিব নোৱাৰে, কিন্তু এই পৰিৱৰ্তন কম সময়ৰ ভিতৰতে হ’ব।

Apply Now

ৰাছিয়াক অৰ্থনৈতিকভাৱে বিচ্ছিন্ন কৰাৰ বাবে আমেৰিকাই চেষ্টা চলোৱাৰ সময়তে ট্ৰাম্পৰ এই মন্তব্যই  বিশেষ তাৎপৰ্য বহন কৰিছে। তেল আৰু গেছ ৰাছিয়াৰ প্ৰধান ৰপ্তানি, আনহাতে ভাৰত, চীন, আৰু তুৰস্ক ৰেহাই মূল্যত খাৰুৱা তেলৰ প্ৰধান ক্ৰেতা। এতিয়া চীনেও একে পথেৰে যোৱাটো  বিচাৰিছে ট্ৰাম্পে।

 উল্লেখ্য যে “ইউক্ৰেইনৰ সংঘাতৰ বিত্তীয় সাহায্যত সহায়ক হোৱা বুলি ৰাছিয়াৰ তেল ক্ৰয় বন্ধ কৰিবলৈ আমেৰিকাই ভাৰতক হেঁচা প্ৰয়োগ কৰি আহিছে। আগষ্ট মাহত ট্ৰাম্প প্ৰশাসনে আমেৰিকাত ভাৰতীয় সামগ্ৰীৰ ওপৰত বৰ্তমানৰ শুল্কৰ উপৰিও ২৫% অতিৰিক্ত শুল্ক আৰোপ কৰিছিল, কাৰণ ভাৰতে পূৰ্বতে ৰাছিয়াৰ পৰা আমদানি বন্ধ কৰাৰ আহ্বানক প্ৰতিহত কৰিছিল। ট্ৰাম্পে অভিযোগ কৰিছে যে, যুদ্ধত “১.৫ কোটি” ৰাছিয়ান লোকৰ মৃত্যু হৈছে আৰু ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ বাবে যুদ্ধখন দীঘলীয়া হৈছে।

অৱশ্যে  এই পৰ্যন্ত ভাৰতৰ তৰফৰ পৰা মোদীৰ এই স্থিতিৰ সন্দৰ্ভত কোন প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। ৱাশ্বিংটনত থকা ভাৰতীয় দূতাবাসে এই প্ৰতিজ্ঞা সন্দৰ্ভত সোধা প্ৰশ্নৰ কোনো উত্তৰ দিয়াৰ পৰা বিৰত থাকে ট্ৰাম্প। পশ্চিমীয়া নিষেধাজ্ঞা আৰোপ কৰাৰ পিছৰে পৰা ভাৰতে বিশেষকৈ কম মূল্যত শক্তি সুৰক্ষাৰ মূল চাবিকাঠি হিচাপে নিজৰ আমদানিক কৰি আহিছে।

ৰাছিয়াৰ শক্তি বিক্ৰী ৰোধ কৰিবলৈ জাপান আৰু বেইজিঙৰ দৰে অন্যান্য অংশীদাৰকো লক্ষ্য কৰি লৈছ ট্ৰাম্পে। তেওঁৰ লক্ষ্য হৈছে বহুপক্ষীয় নিষেধাজ্ঞাৰ বাহিৰেও, পৃথকীকৰণ নীতি বলবৎ কৰিবলৈ দ্বিপাক্ষিক সম্পৰ্ক ব্যৱহাৰ কৰা। চলিত মাহৰ শেষৰ ফালে দক্ষিণ-পূব এছিয়া শীৰ্ষ সন্মিলনত ট্ৰাম্প-মোদীৰ সম্ভাৱ্য বৈঠকৰ পূৰ্বে ট্ৰাম্পে এই মত পোষণ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ ১২০০ কোটি টকাৰ চাউলৰ দুৰ্নীতি; বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰৰ ইথানল কেলেংকাৰী

এইবাৰ ১২০০ কোটি টকাৰ চাউলৰ দুৰ্নীতি; বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰৰ ইথানল কেলেংকাৰী

July 12, 2026 9:09 am
নৰৱেৰ স্বপ্নভংগ! জুড বেলিংহামৰ যাদুৰে ৮ বছৰৰ পাছত বিশ্বকাপৰ ছেমি ফাইনেলত ইংলেণ্ড

নৰৱেৰ স্বপ্নভংগ! জুড বেলিংহামৰ যাদুৰে ৮ বছৰৰ পাছত বিশ্বকাপৰ ছেমি ফাইনেলত ইংলেণ্ড

July 12, 2026 7:56 am
৩০ ছেকেণ্ডত ১৯৫টা চুম্বন! বিশ্বৰেকৰ্ড গঢ়ি বিশ্বকাপত প্ৰিয় দলৰ পৰাজয়ৰ দুখ পাহৰিলে ব্ৰাজিলীয়ান যুগলে

৩০ ছেকেণ্ডত ১৯৫টা চুম্বন! বিশ্বৰেকৰ্ড গঢ়ি বিশ্বকাপত প্ৰিয় দলৰ পৰাজয়ৰ দুখ পাহৰিলে ব্ৰাজিলীয়ান যুগলে

July 12, 2026 6:45 am
জীৱন সুৰক্ষা পঞ্জী কেলেংকাৰী : ৫.৫৪ কোটি টকাৰ সা-সম্পত্তি জব্দ কৰিলে ইডিয়ে

জীৱন সুৰক্ষা পঞ্জী কেলেংকাৰী : ৫.৫৪ কোটি টকাৰ সা-সম্পত্তি জব্দ কৰিলে ইডিয়ে

July 11, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ ১২০০ কোটি টকাৰ চাউলৰ দুৰ্নীতি; বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰৰ ইথানল কেলেংকাৰী

এইবাৰ ১২০০ কোটি টকাৰ চাউলৰ দুৰ্নীতি; বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰৰ ইথানল কেলেংকাৰী

July 12, 2026 9:09 am
নৰৱেৰ স্বপ্নভংগ! জুড বেলিংহামৰ যাদুৰে ৮ বছৰৰ পাছত বিশ্বকাপৰ ছেমি ফাইনেলত ইংলেণ্ড

নৰৱেৰ স্বপ্নভংগ! জুড বেলিংহামৰ যাদুৰে ৮ বছৰৰ পাছত বিশ্বকাপৰ ছেমি ফাইনেলত ইংলেণ্ড

July 12, 2026 7:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd