• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাছিয়া-চীনক দেখি ট্ৰাম্পৰো উঠিল গা! ৩৩ বছৰৰ পিছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 30, 2025 4:52 pm
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ষমতালৈ উভতি অহাৰ পিছত ইটোৰ পিছত সিটো অভূতপূৰ্ব সিদ্ধান্ত লৈ আহিছে। এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পাৰমাণৱিক অস্ত্ৰ পৰীক্ষণ ক্ষিপ্ৰ কৰাৰ সিদ্ধান্ত লৈছে। তেওঁ তৎকালীনভাৱে পাৰমাণৱিক অস্ত্ৰ পৰীক্ষণ আৰম্ভ কৰিব বুলিও কয়। অৰ্থাৎ আমেৰিকাই ৩৩ বছৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ভংগ কৰিবলৈ ওলাইছে ট্ৰাম্পে।

দক্ষিণ কোৰিয়াত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙক সাক্ষাৎ কৰাৰ মাত্ৰ কেইমিনিটমান পূৰ্বে বৃহস্পতিবাৰে ট্ৰাম্পে এই ঘোষণা কৰে। এই সিদ্ধান্ত কেৱল কৌশলগত স্থিতি নে ৰাছিয়া আৰু চীনলৈ বাৰ্তা সেই লৈ বিতৰ্ক চলি আছে। চীনৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰাৰ ঠিক আগতে ট্ৰাম্পে কিয় এই ঘোষণা কৰিলে সেই সম্পৰ্কেও জল্পনা-কল্পনা আৰম্ভ হৈছে।

Apply Now

অৱশ্যে ট্ৰাম্পে একো লুকুৱাই ৰখা নাই। বৰঞ্চ তেওঁ কয় যে ৰাছিয়া আৰু চীনৰ পাৰমাণৱিক কাৰ্যসূচীৰ সম্প্ৰসাৰণৰ লগত খোজ মিলাই চলাৰ প্ৰয়োজনীয়তাৰ বাবেই এই সিদ্ধান্ত ল’ব লাগিব। যদিও আমেৰিকাই ইমান দিনে পিছুৱাই আহিছে, তথাপিও তেওঁ দাবী কৰে যে ৰাছিয়া আৰু চীনে যিদৰে নিজৰ পাৰমাণৱিক শক্তি বৃদ্ধি কৰিছে, আমেৰিকাইও একে পথেই অনুসৰণ কৰাৰ বাহিৰে আন উপায় নাই।

পেন্টাগনক পাৰমাণৱিক অস্ত্ৰ পৰীক্ষণ ক্ষিপ্ৰ কৰিবলৈ নিৰ্দেশ দি ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত লিখিছে, ‘আমেৰিকাত আন যিকোনো দেশৰ তুলনাত সৰ্বাধিক পাৰমাণৱিক অস্ত্ৰ আছে। দ্বিতীয় স্থানত ৰাছিয়া, আৰু বৃহৎ ব্যৱধানত তৃতীয় স্থানত আছে চীন। কিন্তু অহা পাঁচ বছৰত তেওঁলোক সমান হৈ পৰিব।’

তেওঁ লগতে লিখিছে, ‘মই ডিপাৰ্টমেন্ট অফ ৱাৰক নিৰ্দেশ দিছো যে আন দেশসমূহে যিধৰণে অস্ত্ৰ পৰীক্ষণ কাৰ্যসূচী অব্যাহত ৰাখিছে একেদৰে আমিও পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব লাগে। অবিলম্বে অগ্ৰগতি দেখা যাব।’

ট্ৰাম্পে দাবী কৰে যে আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি হোৱাৰ পিছত তেওঁ আমেৰিকাৰ পাৰমাণৱিক শক্তিত বৃহৎ সংস্কাৰ সাধন কৰিছিল। তেওঁ কয়, “বিধ্বংসী শক্তিক স্মৰণ কৰি তেওঁ এইটো মন কৰা নাছিল। কিন্তু তেওঁৰ হাতত ইয়াৰ বাহিৰে কোনো উপায় নাছিল।”

এই ঘোষণা অনুসৰি আমেৰিকাই তিনি দশকৰো অধিক সময়ৰ পাছত প্ৰথমবাৰৰ বাবে পৰিকল্পিতভাৱে পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিবলৈ ওলাইছে। আমেৰিকাই শেষবাৰৰ বাবে ১৯৯২ চনৰ ছেপ্টেম্বৰ মাহত নেভাদাত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিছিল। অত্যাধুনিক কম্পিউটাৰ মডেলিঙৰ সহায়ত গুৰুত্বপূৰ্ণ পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰা হৈছিল। তিনিটা দশকৰ আগতে আমেৰিকাই স্বেচ্ছাই পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষা বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল।

বিশ্বৰ আন তিনিখন গুৰুত্বপূৰ্ণ পাৰমাণৱিক শক্তি আমেৰিকা, ৰাছিয়া আৰু চীনে ১৯৯৬ চনৰ পৰা কোনো পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষা কৰা নাই। আমেৰিকাই শেষবাৰৰ বাবে ১৯৯২ চনত, ৰাছিয়াই শেষবাৰৰ বাবে ১৯৯০ চনত, আৰু চীনত ১৯৯৬ চনত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিছিল। প্ৰায় সকলোৱেই ক্ষেপণাস্ত্ৰত পাৰমাণৱিক ৱাৰহেড স্থাপনৰ প্ৰযুক্তি উদ্ভাৱন কৰিছে।

কিন্তু বুধবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে কয় যে তেওঁলোকে পাৰমাণৱিক চালিত ছুপাৰ টৰ্পিডো ‘প’ছিডন’ সফলতাৰে পৰীক্ষা কৰিছে। চলিত বৰ্ষৰ অক্টোবৰ মাহত তেওঁ পাৰমাণৱিক চালিত বুৰেভেষ্টনিক মিছাইলৰ পৰীক্ষাৰ কথা ঘোষণা কৰিছিল।

আৰু তাৰ ঠিক পিছতেই ট্ৰাম্পে পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা ত্বৰান্বিত কৰাৰ নিৰ্দেশ দিলে। চিএনএনে প্ৰকাশ কৰা অনুসৰি চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত আমেৰিকাৰ নৌসেনাই চাৰিটা পাৰমাণৱিক চালিত ট্ৰাইডেণ্ট মিছাইল সফলতাৰে পৰীক্ষা কৰিছিল। চীনে কমেও তিনিটা পাৰমাণৱিক ক্ষমতাসম্পন্ন বেলিষ্টিক মিছাইল নিয়োগ কৰিছে। ইয়াৰ উপৰিও ২০২৪ চনত প্ৰশান্ত মহাসাগৰত আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল পৰীক্ষা কৰিছিল। ২০২৩ চনত তিনিওখন দেশেই নতুন পাৰমাণৱিক পৰীক্ষাগাৰ আৰু সুৰংগ নিৰ্মাণ কৰিছিল।

মিডলবেৰী ইনষ্টিটিউট অৱ ইণ্টাৰনেশ্যনেল ষ্টাডিজৰ জেমছ মাৰ্টিন চেণ্টাৰ ফৰ ননপ্ৰলিফাৰেচন ষ্টাডিজৰ অধ্যাপক জেফ্ৰি লুইছৰ মতে, “ৰাছিয়া, চীন আৰু আমেৰিকাই পুনৰ পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিবলৈ যোৱাৰ ইংগিত পোৱা গৈছে।” আৰু সেইটোৱেই কূটনীতিবিদসকলে সতৰ্কবাণী হিচাপে দেখিছে। তেওঁলোকৰ মতে যদি এনেদৰে চলি থাকে তেন্তে পাৰমাণৱিক শক্তি প্ৰদৰ্শনৰ প্ৰতিযোগিতা আৰম্ভ হ’ব। পাৰমাণৱিক নিৰস্ত্ৰীকৰণ চুক্তিৰো কোনো মূল্য নাথাকিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

August 26, 2026 2:37 pm
নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm
দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

August 26, 2026 2:37 pm
নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd