• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিদায়বেলাত ভাৰতীয়ৰ ওপৰত ট্ৰাম্পৰ ৰোষ! বৃদ্ধি কৰিলে H-1B ভিছাৰ অনুমোদন বন্ধৰ ম্যাদ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 2, 2021 1:21 pm

1 min read

modi_trump55_1566439211_1586236906_618x347-new-750x375

ডোনাল্ড ট্ৰাম্পৰ সৈতে নৰেন্দ্ৰ মোদী। ফাইল ফটো।

5.8k
VIEWS
Share on FacebookShare on Twitter

বিদায়বেলাত আকৌ এবাৰ ‘বন্ধু’ ভাৰতৰ ওপৰত নিজৰ ক্ষোভ উজাৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে।

ট্ৰাম্প প্ৰশাসনে H-1B ভিছাকে ধৰি বিদেশী নিযুক্তি প্ৰাৰ্থীসকলৰ ভিছা তথা গ্ৰীণ কাৰ্ডৰ অনুমোদন বন্ধৰ ম্যাদ অহা ৩১ মাৰ্চলৈ বৃদ্ধি কৰিছে।

ইয়াৰ পূৰ্বে এই ম্যাদ বিগত বছৰৰ ৩১ ডিচেম্বৰলৈকে আছিল।

কৰ’না ভাইৰাছৰ সংক্ৰমণজনিত পৰিস্থিতিৰ মাজতে ট্ৰাম্পে আমেৰিকাৰ নাগৰিকসকলৰ চাকৰি ৰক্ষা কৰাৰ বাবে যোৱা এপ্ৰিল আৰু জুনত দুখ ঘোষণা পত্ৰ জাৰি কৰি বাধা-নিষেধ আৰোপ কৰিছিল।

‘আমেৰিকা প্ৰথম’ নীতিৰে দেশখনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজয়ী হোৱাৰ পৰিকল্পনা কৰিছিল ৰিপাব্লিকান নেতাগৰাকীয়ে। কিন্তু তাতো ফল নধৰিল ট্ৰাম্পৰ। বৰঞ্চ পৰাজিত হোৱাৰ ফলত আৰু কেইদিনমান পাছতে হোৱাইট হাউছো এৰিব লাগিব ট্ৰাম্পে।

পিচে, ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে এখন ঘোষণা পত্ৰৰ জৰিয়তে ট্ৰাম্পে H-1B ভিছাকে ধৰি বিদেশী নিযুক্তি প্ৰাৰ্থীসকলৰ ভিছা অনুমোদন বন্ধৰ ম্যাদ বৃদ্ধি কৰে।

ইয়াৰ ফলত ভাৰতীয় তথ্য প্ৰযুক্তি খণ্ডৰ কৰ্মীসকলে ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হ’ব। ট্ৰাম্প প্ৰশাসনৰ নতুন সিদ্ধান্তৰ ফলত H-1B ভিছাৰ ভাৰতীয় তথ্য প্ৰযুক্তিৰ কৰ্মীসকলে কেইবামাহো অপেক্ষা কৰিবলগীয়া হ’ব পাৰে।

সেইদৰে H-1B ভিছাৰ পুনৰ্নবীকৰণৰ চেষ্টা কৰাসকলেও ট্ৰাম্পৰ নতুন সিদ্ধান্তৰ ফলত ক্ষতিগ্ৰস্ত হ’ব।

Recent News

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

Samujjal-750x375

আছুৰ হৈ আনুষ্ঠানিক মন্তব্য কৰিব নোৱাৰিব সমুজ্জ্বল ভট্টাচাৰ্যই; স্পষ্ট কৰি দিলে সম্পাদক শংকৰজ্যোতিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd