• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ট্ৰাম্পে ইজৰাইলক দিলে ৯০০ কেজিৰ বোমা! পুনৰ নেতানিয়াহুৱে আক্ৰমণ কৰিব নেকি হামাছক?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 18, 2025 6:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেনে ইজৰাইলক ২০০০ পাউণ্ড (৯০৭ কিলোগ্ৰাম) বোমা যোগান ধৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। কিন্তু ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সেই নিষেধাজ্ঞা উঠাই দিলে। কেৱল সেয়াই নহয়, ইজৰাইলক বোমা গতাই দিয়াৰ প্ৰক্ৰিয়াও আৰম্ভ হোৱা বুলি বিভিন্ন সূত্ৰই দাবী কৰিছে। আৰু বহুতে এই ঘটনাক কেন্দ্ৰ কৰি পুনৰ যুদ্ধৰ সম্ভাৱনা দেখিবলৈ পাইছে।

উল্লেখ্য যে, ২০২৩ চনৰ ৭ অক্টোবৰত হামাছে ইজৰাইলৰ ওপৰত আক্ৰমণ চলোৱাৰ পাছৰে পৰা দুয়োপক্ষৰ মাজত সংঘাতই মাৰাত্মক ৰূপ ধাৰণ কৰিছে। ইজৰাইল আৰু পেলেষ্টাইনত বহু লোকৰ মৃত্যু হৈছিল। সাধাৰণ নাগৰিকৰ মৃত্যু হ্ৰাস কৰিবলৈ তেতিয়াৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনে ৯০০ কিলোগ্ৰামৰ বোমা যোগান ধৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। কিন্তু ট্ৰাম্পে এই বোমা যোগানৰ সেউজ সংকেত দিয়াৰ লগে লগে আন্তৰ্জাতিক সমাজ পুনৰ বিপদৰ আশংকাত ভুগিছে।

Apply Now

দুয়োখন দেশৰ সন্মতি সাপেক্ষে চলি আছে যুদ্ধবিৰতি। একে সময়তে যুদ্ধবন্দীক ঘূৰাই অনাৰ প্ৰক্ৰিয়াও আৰম্ভ কৰা হৈছে। শেহতীয়াকৈ হামাছে কেইবাজনো পণবন্দীক কেইবাটাও পৰ্যায়ত মুকলি কৰি দিছে। ইজৰাইলেও ক্ৰমান্বয়ে নিজৰ হাতত থকা পেলেষ্টাইনী বন্দীসকলক মুকলি কৰি দিছে। অৱশ্যে এই পৰিস্থিতি কিমান দিনলৈ চলিব তাক লৈ বহুতে সন্দেহ প্ৰকাশ কৰিছে। অৱশ্যে নেতানিয়াহুৱে ইতিমধ্যে হামাছক সকীয়াই দিছে। সেয়েহে পুনৰ সংঘাতৰ সূচনা হ’ব পাৰে বুলি বহুতে চিন্তিত হৈ পৰিছে। আৰু সেই আশংকা বহুগুণে বৃদ্ধি পাইছে ইজৰাইলক আমেৰিকাৰ বোমা যোগান ধৰাৰ ক্ষেত্ৰত ট্ৰাম্পে দিয়া ৰেহাইৰ ফলত।

কাকতলীয়াকৈ ক’বলৈ গ’লে ইজৰাইলে হিজবুল্লাহ আৰু হামাছৰ বিৰুদ্ধে সংঘাতত ব্যৱহাৰ কৰা শক্তিশালী অস্ত্ৰ দুটা আমেৰিকাই যোগান ধৰিছিল। এই দুটা সশস্ত্ৰ বাহিনীৰ বিৰুদ্ধে সৰ্বাধিক ব্যৱহৃত অস্ত্ৰ আছিল আমেৰিকাৰ এম কে-৮৪ বোমা আৰু হেলফায়াৰ মিছাইল। কেইবাটাও সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি বিগত এটা বছৰত আমেৰিকাই ইজৰাইলক ১৪ হাজাৰ এম কে-৮৪ বোমা যোগান ধৰিছে। এতিয়াও ১৮০০টা বোমা ডেলিভাৰী কৰিবলৈ বাকী আছে। এই দুটা সামৰিক অস্ত্ৰৰ উপৰিও ইজৰাইলে যুদ্ধ বিমান এফ-৩৫, এফ-১৬, আৰু এফ-১৫ ব্যৱহাৰ কৰি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd